অক্টাৱিয়' পাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অক্টাৱিয়' পাছ
জন্ম Octavio Paz Lozano
মাৰ্চ ৩১, ১৯১৪
Mexico City, Mexico
মৃত্যু এপ্ৰিল ১৯, ১৯৯৮ (৮৪ বছৰ)
Mexico City, Mexico
পেচা Writer, poet, diplomat
ৰাষ্ট্ৰীয়তা Mexican
সময় 1931–1965
সাহিত্যিক বিপ্লৱ Surrealism, Existentialism
উল্লেখযোগ্য বঁটা Miguel de Cervantes Prize
1981
Nobel Prize in Literature
1990



অক্টাৱিয়' পাছ ল'জান (Octavio Paz Lozano) (স্পেনীয় উচ্চাৰণ: [okˈtaβjo pas loˈsano] এই শব্দটোৰ বিষয়ে audio ; ৩১ মাৰ্চ ১৯১৪ - ১৯ এপ্ৰিল ১৯, ১৯৯৮) এগৰাকী মেক্সিকান কবি-কুটনীতিবিদ আৰু লিখক আছিল। তেওঁৰ কৰ্মৰাজীৰ বাবে তেওঁ ১৯৮১ চনৰ মিগুৱেল ডি চাৰ্ভেন্টিছ পুৰস্কাৰ, ১৯৮২ চনত Neustadt International Prize for Literature আৰু ১৯৯০ চনত সাহিত্যৰ ন'বেল বঁটা লা্য কৰে।