অনিৰুদ্ধ কায়স্থ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

'অনিৰুদ্ধ কায়স্থ ষষ্ঠদশ-সপ্তদশ শতিকাৰ এগৰাকী কবি। এখেতৰ পিতৃ ৰামচন্দ্ৰ বা ৰামৰুদ্ৰদেৱ। পিতামহ মাধৱদেৱৰ ককায়েক দামোদৰ ওৰফে ৰূপচন্দ্ৰ গিৰী। পূব কোচ ৰাজ্যৰ ৰজা ৰঘূদেৱৰ ৰাজসভাৰ অমাত্য আছিল। ৰজা ৰঘূদেৱৰ পৃষ্ঠপোষকতাত এখেতে ভাগৱতৰ ২য় আৰু ৫ম স্কন্ধৰ পদ ভাঙনি কৰে। পঞ্চম খণ্ডৰ ৰচনাকাল ১৬০২ চন বুলি ঠাৱৰ কৰা হৈছে।[1]

তথ্য সমল[সম্পাদনা কৰক]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী