অসমলৈ মুছলমানৰ আগমন

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ধৰ্মীয় জনসংখ্যাৰ আধাৰ তথ্য মতে বঙ্গীয় মুছলমানসকলৰ নিৰানব্বৈ শতাংশ আছিল ধৰ্মান্তৰিত মুছলমান । আনহাতে অসমৰ অধিকাংশ মুছলমান প্ৰকৃত ভাৰতীয় তথা বংগীয়মূলৰ ।

অসম(পূৰ্বৰ কামৰূপ)ৰ ৰজা কামেশ্বৰৰ হৈতে বংগৰ নবাব ইছমাইল গাজীৰ যুদ্ধ হৈছিল । কাৰূপৰ ৰজা কামেশ্বৰে ইছমাইলৰ শিষ্যত্ব গ্ৰহণ কৰিছিল । তেতিয়া বহু মানুহ মুছলমান হৈছিল । (1459-74)

(তথ্য : কোচ বিহাৰেৰ ইতিহাস)

অসমত মুছলমানৰ প্ৰথম প্ৰৱেশ ঘটে খৃষ্টীয় সপ্তম শতিকাত সম্ৰাট সেষ্ট্ৰিৰ হাছানৰ দিনত ।

(তথ্য-স্বাধীন অসম আৰু ঐতিহাসিক পাঠভূমি-ৰকিউল হুছেইন বৰা)