অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা
বঁটাৰ তথ্য
প্ৰকাৰ ৰাষ্ট্ৰীয়
শ্ৰেণী চলচ্চিত্ৰ
প্ৰথমবাৰ প্ৰদান ১৯৬৯
অন্তিমবাৰ প্ৰদান ২০১০
মুঠ প্ৰদানৰ সংখ্যা ৩৩
প্ৰদানকৰ্তা Directorate of Film Festivals, ভাৰত
নগদ টকা Indian Rupee symbol.svg ১,০০,০০০/-
মেডেল ৰজত কমল
প্ৰথম প্ৰাপ্তক ড: বেজবৰুৱা
অন্তিম প্ৰাপ্তক জেতুকা পাতৰ দৰে

অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) প্ৰাপ্ত ছবি সমূহৰ তালিকা:

বৰ্ষ ছবি পৰিচালক প্ৰযোজক
১৯৬৯ ড: বেজবৰুৱা ব্ৰজেন বৰুৱা
১৯৭১ অৰণ্য সমৰেন্দ্ৰ নাৰায়ণ দেৱ
১৯৭২ উপজা সোনৰ মাটি ব্ৰজেন বৰুৱা
১৯৭৩ মমতা নলিন দুৱৰা
১৯৭৫ চামেলি মেমচাহাব আব্দুল মজিদ
১৯৭৬ পুতলা ঘৰ সমৰেন্দ্ৰ নাৰায়ণ দেৱ
১৯৭৭ সন্ধ্যাৰাগ ভবেন্দ্ৰ নাথ শইকীয়া
১৯৭৮ কল্লোল অতুল বৰদলৈ
১৯৮১ অনিৰ্বাণ ভবেন্দ্ৰ নাথ শইকীয়া
১৯৮২ অপৰূপা জাহ্নু বৰুৱা
১৯৮৩ অলকাৰ আহ্বান চাৰুকমল হাজৰিকা
১৯৮৪ সোন মইনা শিৱপ্ৰসাদ ঠাকুৰ
১৯৮৫ অগ্নিস্নান ভবেন্দ্ৰ নাথ শইকীয়া
১৯৮৬ বান চাৰুকমল হাজৰিকা
১৯৮৭ প্ৰথম ৰাগিনী ধীৰু ভূঞাঁ
১৯৮৯ কোলাহল ভবেন্দ্ৰ নাথ শইকীয়া
১৯৯০ যুঁজ হেমেন দাস
১৯৯২ সাৰথি ভবেন্দ্ৰ নাথ শইকীয়া
১৯৯৩ ৰেল আলিৰ দুবৰি বন পুলক গগৈ
১৯৯৪ আবৰ্তন ভবেন্দ্ৰ নাথ শইকীয়া
১৯৯৫ সাগৰলৈ বহু দূৰ জাহ্নু বৰুৱা জাহ্নু বৰুৱা, শৈলধৰ বৰুৱা, গায়ত্ৰী বৰুৱা
১৯৯৬ ইতিহাস ভবেন্দ্ৰ নাথ শইকীয়া
১৯৯৭ অদাহ্য সান্ত্বনা বৰদলৈ সান্ত্বনা বৰদলৈ
১৯৯৮ কুশল জাহ্নু বৰুৱা
১৯৯৯ পখি জাহ্নু বৰুৱা শৈলধৰ বৰুৱা
২০০২ কণিকাৰ ৰামধেনু জাহ্নু বৰুৱা শৈলধৰ বৰুৱা
২০০৩ আকাশীতৰাৰ কথাৰে... মঞ্জু বৰা সংগীতা তামূলী
২০০৪ দীনবন্ধু মুনিন বৰুৱা কৃষ্ণ ৰয়, গোপাল জালান
২০০৫ কদমতলে কৃষ্ণ নাচে সুমন হৰিপ্ৰিয়া সুমন হৰিপ্ৰিয়া
২০০৬ আইদেউ অৰূপ মান্না নবমিকা বৰঠাকুৰ
২০০৮ মন যায় এম মনিৰাম এম মনিৰাম, সবিতা সনম, জয়ন্ত গোস্বামী
২০০৯ বসুন্ধৰা - দ্যা আৰ্থ হীৰেন বৰা হীৰেন বৰা
২০১০ জেতুকা পাতৰ দৰে যদুমণি দত্ত নুৰুল চুলতান

বি.দ্ৰ. অনুল্লেখিত বৰ্ষ সমূহত বঁটা প্ৰদান কৰা হোৱা নাছিল।

[সম্পাদনা কৰক] তথ্যসূত্ৰ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত