অসমৰ নগৰ-মহানগৰসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমৰ নগৰ-মহানগৰসমূহৰ তালিকাত জিলা ভিত্তিক অসমৰ পৌৰ নগৰ সমূহক সূচীভূক্ত কৰা হৈছে। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি বৰ্তমান ৰাজ্যখনত ২৭ খন জিলা, ৫৮ টা মহকুমা আৰু ৮৩ খন নগৰ আছে। মহানগৰ অসমত মাত্ৰ এখনেই আৰু সেইখন হৈছে গুৱাহাটী মহানগৰ [1]। ৰাজ্যখনত মুঠ জনসংখ্যা ৩১,১৬৯,২৭২ জন।[2]

ক্ৰম জিলা RTO Code জিলা সদৰ মহকুমা নগৰ শ্ৰেণী জনসংখ্যা
২০১১ চনৰ লোকপিয়ল
ওদালগুৰি AS27 ওদালগুৰি ওদালগুৰি সদৰ মহকুমা ওদালগুৰি পৌৰসভা
ভেৰগাঁও মহকুমা টংলা পৌৰসভা
কৰিমগঞ্জ AS10 কৰিমগঞ্জ কৰিমগঞ্জ সদৰ মহকুমা কৰিমগঞ্জ পৌৰসভা
বদৰপুৰ নগৰ সমিতি
কাছাৰ AS11 শিলচৰ শিলচৰ সদৰ মহকুমা শিলচৰ পৌৰসভা
লক্ষীপুৰ মহকুমা লক্ষীপুৰ নগৰ সমিতি
কামৰূপ AS25 আমিনগাঁও ৰঙিয়া ৰঙিয়া পৌৰসভা
গুৱাহাটী পলাশবাৰী পৌৰসভা
কামৰূপ মহানগৰ AS01 গুৱাহাটী গুৱাহাটী সদৰ গুৱাহাটী পৌৰনিগম
উত্তৰ গুৱাহাটী নগৰ সমিতি
কাৰ্বি আংলং AS09 ডিফু ডিফু ডিফু নগৰ সমিতি
ডকমোকা নগৰ সমিতি
হাওৰাঘাট নগৰ সমিতি
বকলীয়া নগৰ সমিতি
বোকাজান বোকাজান নগৰ সমিতি
কোকৰাঝাৰ AS16 কোকৰাঝাৰ কোকৰাঝাৰ সদৰ কোকৰাঝাৰ পৌৰসভা
গোঁসাইগাঁও গোঁসাইগাঁও নগৰ সমিতি
গোলাঘাট AS05 গোলাঘাট গোলাঘাট সদৰ গোলাঘাট পৌৰসভা
দেৰগাঁও নগৰ সমিতি
বোকাখাট মহকুমা বোকাখাট নগৰ সমিতি
ধনশিৰি সৰুপথাৰ নগৰ সমিতি
বৰপথাৰ নগৰ সমিতি
গোৱালপাৰা AS18 গোৱালপাৰা গোৱালপাৰা সদৰ গোৱালপাৰা পৌৰসভা
লক্ষীপুৰ নগৰ সমিতি
১০ চিৰাং AS26 বাসুগাঁও বাসুগাঁও বাসুগাঁও নগৰ সমিতি
কলাইগাঁও নগৰ সমিতি
বিজনী বিজনী নগৰ সমিতি
১১ ডিব্ৰুগড় AS06 ডিব্ৰুগড় ডিব্ৰুগড় সদৰ ডিব্ৰুগড় পৌৰসভা
নাহৰকটীয়া নগৰ সমিতি
নামৰূপ নগৰ সমিতি
চাবুৱা নগৰ সমিতি
১২ ডিমা হাছাও
(পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা)
AS08 হাফলং হাফলং হাফলং নগৰ সমিতি
উমৰাংচু নগৰ সমিতি
মাহুৰ নগৰ সমিতি
মাইবং মাইবং নগৰ সমিতি
১৩ তিনিচুকীয়া AS23 তিনিচুকীয়া তিনিচুকীয়া সদৰ তিনিচুকীয়া পৌৰসভা
ডিগবৈ পৌৰসভা
ডুমডুমা নগৰ সমিতি
মাকুম নগৰ সমিতি
শদিয়া চাপাখোৱা নগৰ সমিতি
মাৰ্ঘেৰিটা মহকুমা মাৰ্ঘেৰিটা নগৰ সমিতি
১৪ দৰং AS13 মঙ্গলদৈ মঙ্গলদৈ সদৰ মঙ্গলদৈ পৌৰসভা
খাৰুপেটীয়া নগৰ সমিতি
১৫ ধুবুৰী AS17 ধুবুৰী ধুবুৰী সদৰ ধুবুৰী পৌৰসভা
গৌৰীপুৰ নগৰ সমিতি
সাপটগ্ৰাম নগৰ সমিতি
বিলাসীপাৰা বিলাসীপাৰা নগৰ সমিতি
চাপৰ নগৰ সমিতি
১৬ ধেমাজি AS22 ধেমাজি ধেমাজি সদৰ ধেমাজি নগৰ সমিতি
চিলাপথাৰ নগৰ সমিতি
জোনাই
১৭ নগাঁও AS02 নগাঁও নগাঁও সদৰ নগাঁও পৌৰসভা
ধিং পৌৰসভা
কামপুৰ নগৰ সমিতি
ৰহা নগৰ সমিতি
ডবকা নগৰ সমিতি
কলিয়াবৰ মহকুমা
১৮ নলবাৰী AS14 নলবাৰী নলবাৰী সদৰ নলবাৰী পৌৰসভা
টিহু নগৰ সমিতি
১৯ বঙাইগাঁও AS19 বঙাইগাঁও বঙাইগাঁও সদৰ বঙাইগাঁও পৌৰসভা
উত্তৰ শালমাৰা অভয়াপুৰী নগৰ সমিতি
২০ বৰপেটা AS15 বৰপেটা বৰপেটা সদৰ বৰপেটা পৌৰসভা
বৰপেটা ৰোড পৌৰসভা
হাউলী নগৰ সমিতি
সৰ্থেবাৰী নগৰ সমিতি
২১ বাক্সা AS28 মুছলপুৰ মুছলপুৰ
শালবাৰী
২২ মৰিগাঁও AS21 মৰিগাঁও মৰিগাঁও সদৰ মৰিগাঁও পৌৰসভা
২৩ যোৰহাট AS03 যোৰহাট যোৰহাট সদৰ যোৰহাট পৌৰসভা
মৰিয়নি নগৰ সমিতি
টীয়ক নগৰ সমিতি
তিতাবৰ মহকুমা তিতাবৰ নগৰ সমিতি
২৪ লখিমপুৰ AS07 উত্তৰ লখিমপুৰ উত্তৰ লখিমপুৰ উত্তৰ লখিমপুৰ পৌৰসভা
বিহপুৰীয়া নগৰ সমিতি
নাৰায়ণপুৰ নগৰ সমিতি
ঢকুৱাখনা ঢকুৱাখনা নগৰ সমিতি
২৫ শিৱসাগৰ AS04 শিৱসাগৰ শিৱসাগৰ সদৰ শিৱসাগৰ পৌৰসভা
আমগুৰি নগৰ সমিতি
ডিমৌ নগৰ সমিতি
শিমলুগুৰি নগৰ সমিতি
নাজিৰা নাজিৰা পৌৰসভা
২৬ শোণিতপুৰ AS12 তেজপুৰ তেজপুৰ তেজপুৰ পৌৰসভা
ৰাঙাপাৰা নগৰ সমিতি
জামুগুৰিহাট নগৰ সমিতি
ঢেকিয়াজুলি ঢেকীয়াজুলি পৌৰসভা
২৭ হাইলাকান্দি AS24 হাইলাকান্দি হাইলাকান্দি সদৰ হাইলাকান্দি পৌৰসভা
লালা নগৰ সমিতি
২৮ চৰাইদেউ AS33 সোণাৰি চৰাইদেউ সদৰ সোণাৰি পৌৰসভা
মৰাণহাট নগৰ সমিতি
২৯ দক্ষিণ শালমাৰা-মানকাচৰ AS34 হাটশিঙিমাৰি হাটশিঙিমাৰি সদৰ
৩০ পশ্চিম কাৰ্বি আংলং AS হামৰেণ হামৰেণ সদৰ হামৰেণ নগৰ সমিতি
ডংকামোকাম নগৰ সমিতি
৩১ বিশ্বনাথ AS32 বিশ্বনাথ চাৰিআলি বিশ্বনাথ সদৰ বিশ্বনাথ চাৰিআলি পৌৰসভা
গহপুৰ নগৰ সমিতি
চতিয়া নগৰ সমিতি
৩২ মাজুলী AS29 গড়মূৰ মাজুলী সদৰ গড়মূৰ নগৰ সমিতি
৩৩ হোজাই AS31 হোজাই হোজাই সদৰ হোজাই পৌৰসভা
লামডিং পৌৰসভা
লংকা পৌৰসভা
৩৪ তামুলপৰ ' তামুলপুৰ তামুলপুৰ সদৰ গোৰেশ্বৰ নগৰ সমিতি
৩৫ বজালী পাঠশালা বজালী সদৰ পাঠশালা নগৰ সমিতি
সৰভোগ নগৰ সমিতি
পাটাচাৰকুছি নগৰ সমিতি
এই ৰঙৰ অৰ্থ "কোনো নগৰ নাই"

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]