অসমৰ জিলা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
অসমৰ জিলা

ভাৰতবৰ্ষৰ জিলাৰ সংজ্ঞা হ'ল - জিলা উপায়ুক্তৰ দ্বাৰা শাসিত এক প্ৰশাসনিক ভৌগোলিক অঞ্চল, আইন শৃংখলা অটুট ৰখা দ্বায়িত্ব বহন কৰা জিলা ন্যায়াধীশৰ কাৰ্যালয় সমূহ আৰু ৰাজহ সংগ্ৰহৰ দ্বায়িত্বত থকা ৰাজহ বিষয়া সকলৰ সমন্বয় ৰক্ষা কৰা। সাধাৰণতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকল জিলা উপায়ুক্ত হয় যদিও কেতিয়াবা অসম প্ৰশাসনিক সেৱাৰ বিষয়া সকলকো এই পদত নিযুক্তি দিয়া হয়। জিলা উপায়ুক্তক সহায় কৰিবলৈ যথেষ্ঠ সংখ্যক বিভিন্ন অতিৰিক্ত প্ৰশাসিনক বিষয়া থাকে।

আইন শৃংখলা আৰু তেনে ধৰণৰ বিষয় সমূহ নিয়াৰিকৈ চলোৱাৰ দ্বায়িত্বত এজন ভাৰতীয় পুলিচ সেৱাৰ বিষয়া এজন আৰক্ষী অধীক্ষক ৰূপে থাকে।

অসমত, বৰ্তমান ২৭ খন জিলা আছে।

অসমৰ ২৭ খন জিলা হ'ল -

  1. উত্তৰ কাছাৰ
  2. ওদালগুৰি*
  3. কৰিমগঞ্জ
  4. কাছাৰ
  5. কামৰূপ
  6. কামৰূপ মহানগৰ
  7. কাৰ্বি আংলং
  8. কোকৰাঝাৰ*
  9. গোলাঘাট
  10. গোৱালপাৰা
  11. চিৰাং*
  12. ডিব্ৰুগড়
  13. তিনিচুকীয়া
  14. দৰং
  15. ধুবুৰী
  16. ধেমাজি
  17. নগাওঁ
  18. নলবাৰী
  19. বঙাইগাওঁ
  20. বৰপেটা
  21. বাক্সা*
  22. মৰিগাওঁ
  23. যোৰহাট
  24. লখিমপূৰ
  25. শিৱসাগৰ
  26. শোণিতপুৰ
  27. হাইলাকান্দি

’*’ চিহ্ন দিয়া জিলাকেইখন, যেনে:- কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু ওদালগুৰি জিলাকেইখন বড়োলেণ্ড স্বায়ত্বশাসিত এলেকাৰ অধীনত পৰে।

[সম্পাদনা কৰক] অসমৰ জিলা, কোড নং , সদৰঠাই অনুসাৰে জনসংখ্যাৰ লগতে ভূ-চিত্ৰাৱলীৰ তালিকা

কোড জিলা সদৰ জনসংখ্যা (২০১১)৮৬[1] ক্ষেত্ৰফল (কিমি²) ঘনত্ব(/কিমি²) মেপ
BA বৰপেটা বৰপেটা 1,693,190 3,245 506
Assam Barpeta locator map.svg
BO বঙাইগাঁও বঙাইগাঁও 732,639 1,724 425
Assam Bongaigaon locator map.svg
CA কাছাৰ কাছাৰ 1,736,319 3,786 381
Assam Cachar locator map.svg
DA দৰং মঙ্গলদৈ 908,090 3,481 432
Assam Darrang locator map.svg
DM ধেমাজি ধেমাজি 688,077 3,237 176
Assam Dhemaji locator map.svg
DB ধুবুৰী ধুবুৰী 1,948,632 2,838 576
Assam Dhubri locator map.svg
DI ডিব্ৰুগড় ডিব্ৰুগড় 1,327,748 3,381 347
Assam Dibrugarh locator map.svg
GP গোৱালপাৰা গোৱালপাৰা 1,008,959 1,824 451
Assam Goalpara locator map.svg
GG গোলাঘাট গোলাঘাট 1,058,674 3,502 270
Assam Golaghat locator map.svg
HA হাইলাকান্দি হাইলাকান্দি 659,260 1,327 409
Assam Hailakandi locator map.svg
JO যোৰহাট যোৰহাট 1,091,295 2,851 354
Assam Jorhat locator map.svg
KA কাৰ্বি আংলং ডিফু 965,280 10,434 78
Assam Karbi Anglong locator map.svg
KR কৰিমগঞ্জ কৰিমগঞ্জ 1,217,002 1,809 555
Assam Karimganj locator map.svg
KK কোকৰাঝাৰ কোকৰাঝাৰ 930,404 3,129 297
Assam Kokrajhar locator map.svg
LA লখিমপূৰ লখিমপূৰ 1,040,644 2,277 391
Assam Lakhimpur locator map.svg
MA মৰিগাঁও মৰিগাঁও 957,853 1,704 455
Assam Marigaon locator map.svg
NG নগাঁও নগাঁও 2,826,006 3,831 604
Assam Nagaon locator map.svg
NL নলবাৰী নলবাৰী 769,919 2,257 504
Assam Nalbari locator map.svg
NC ডিমা হাছাও হাফলং 213,529 4,888 38
Assam North Cachar Hills locator map.svg
SI শিৱসাগৰ শিৱসাগৰ 1,150,253 2,668 395
Assam Sibsagar locator map.svg
SO শোণিতপুৰ তেজপুৰ 1,925,975 5,324 315
Assam Sonitpur locator map.svg
TI তিনিচুকীয়া তিনিচুকীয়া 1,316,948 3,790 303
Assam Tinsukia locator map.svg
কামৰূপ 1,517,202
Assam Kamrup Rural locator map.svg
কামৰূপ 1,260,419
Assam Kamrup Metro locator map.svg
বাক্সা মুছলপুৰ 953,773
ওদালগুৰি ওদালগুৰি 832,769
চিৰাং কাজলগাঁও 481,818

[সম্পাদনা কৰক] তথ্য সংগ্ৰহ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত