অসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


অসমীয়া বাতৰি কাকত

অসমীয়া দৈনিক

নিম্নোক্ত তালিকাখনত ঘাইকৈ অসমৰ বা-বাতৰিক কেন্দ্ৰ কৰি অসমীয়া ভাষাত প্ৰকাশিত বিভিন্ন বাতৰি কাকতসমূহৰ নাম আৰু চমু বৰ্ণনা বৰ্নানুক্ৰমিকভাৱে লিখা হৈছে :-

নাম ইংৰাজী নাম সম্পাদক প্ৰথম প্ৰকাশ চলিত / স্থগিত ৱেবছাইট
অৰুণোদই Arunodoi নাথান ব্ৰাউন (প্ৰতিষ্ঠাপক সম্পাদক) ১৮৪৬, জানুৱাৰী স্থগিত (১৮৮২) উপলদ্ধ নহয়
আসাম বিলাসিনী ১৮৭১ স্থগিত (১৮৮৩) উপলদ্ধ নহয়
আসাম মিহিৰ ১৮৭২ স্থগিত (১৮৭৩) উপলদ্ধ নহয়
আসাম দৰ্পণ ১৮৭৪ স্থগিত (১৮৭৫) উপলদ্ধ নহয়
চন্দ্ৰোদয় ১৮৭৬ স্থগিত উপলদ্ধ নহয়
আসাম দীপক ১৮৭৬ স্থগিত উপলদ্ধ নহয়
গোৱালপাৰা হিতসাধিনী ১৮৭৬ স্থগিত (১৮৭৮) উপলদ্ধ নহয়
আসাম নিউজ ১৮৮২ স্থগিত (১৮৮৫) উপলদ্ধ নহয়
আসাম বন্ধু ১৮৮৫ স্থগিত (১৮৮৬) উপলদ্ধ নহয়
মৌ The Bee হৰনাৰয়ণ বড়া ১৮৮৬ স্থগিত (১৮৮৭) উপলদ্ধ নহয়
অসম আদিত্য Asom Aditya চলিত asomaditya.com
অসমীয়া খবৰ Asomiya Khobor বিশ্বজিৎ দাস ২০০১, নৱেম্বৰ ৬ চলিত assamiyakhabor.com
অসমীয়া প্ৰতিদিন[1] Axomiya Pratidin নিত্য বৰা ১৯৯৫, মাৰ্চ ৩ চলিত epaper.asomiyapratidin.in
আজি Aaji অজিত কুমাৰ ভূঞা ২০০০, মাৰ্চ ২২ স্থগিত উপলদ্ধ নহয়
আজিৰ অসম Aajir Axom ১৯৮৭, আগষ্ট ১৫ উপলদ্ধ নহয়
আজিৰ দৈনিক বাতৰি Aajir Dainik Batori মিহিৰ দেউৰী ২০০৫, জানুৱাৰী ২৩ স্থগিত উপলব্ধ নহয়
আজিৰ বাতৰি Aajir Batori ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ১৯৯১, ডিচেম্বৰ ১৬ স্থগিত উপলদ্ধ নহয়
আমাৰ অসম Amar Asom/Aamar Axom প্ৰশান্ত ৰাজগুৰু ১৯৯৭, এপ্ৰিল ২১ চলিত amarasom.glpublications.in
এদিনৰ সংবাদ[2] Adinor sambad অদীপ কুমাৰ ফুকন উপলদ্ধ নহয়
গণ অধিকাৰ Gana Adhikar ড॰ জাকিৰ হুছেইন ২০১১ চলিত epaper.ganaadhikar.com
দৈনিক অগ্ৰদূত Dainik Agradoot কনকসেন ডেকা আৰম্ভণিৰ বৰ্ষ চলিত dainikagradoot.in
দৈনিক অসম Dainik Asam প্ৰফুল্ল গোবিন্দ বৰুৱা ১৯৬৫, আগষ্ট ৪ চলিত dainikasam
দৈনিক জনমভূমি[3] Dainik Janambhumi উৎপল বৰুৱা ১৯৭২, জুন ১ চলিত dainikjanambhumi.co.in
দৈনিক জনসাধাৰণ Janasadharan শিৱনাথ বৰ্মন ২০০৩, জানুৱাৰী ১ স্থগিত উপলব্ধ নহয়
নতুন দৈনিক Natun Dainik স্থগিত উপলদ্ধ নহয়
নিয়মীয়া বাৰ্তা[4] Niyomiya Barta নৰেশ কলিতা চলিত niyaomiyabarta.com
দৈনন্দিন বাৰ্তা Dainandin Barta শংকৰ গোহাঞি ২০১০ চলিত dainandinbartagroup.in

অন্যান্য ভাষাত প্ৰকাশিত

সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল সামৰি প্ৰকাশ পোৱা বা-বাতৰিক কেন্দ্ৰ কৰি অন্যান্য ভাৰতীয় ভাষাত প্ৰকাশিত বিভিন্ন বাতৰি কাকতসমূহৰ নাম আৰু চমু বৰ্ণনা বৰ্নানুক্ৰমিকভাৱে লিখা হৈছে :-:-

নাম ইংৰাজী নাম ভাষা প্ৰথম প্ৰকাশ চলিত / স্থগিত ৱেবছাইট
দ্য আছাম ট্ৰিবিউন The Assam Tribune ইংৰাজী ভাষা ১৯৩৯, আগষ্ট ৪ চলিত http://www.assamtribune.com/scripts/detailsnew.asp?id=dec1011 Archived 2011-12-10 at the Wayback Machine
দ্যা ছেণ্টিনেল The Sentinel ইংৰাজী ভাষা ১৯৮৩ চলিত http://www.sentinelassam.com/
দা নৰ্থ ইষ্ট টাইমছ্ The North East Times ইংৰাজী ভাষা চলিত http://net.glpublications.in/
দৈনিক পূৰ্বোদয় Dainik Purvoday হিন্দী ভাষা চলিত http://www.dainikpurvoday.com/
দৈনিক প্ৰান্তজ্যোতি Dainik Prantojyoti বাংলা ভাষা চলিত http://dainikprantojyoti.com/
দৈনিক যুগশঙ্খ Dainik Jugasankha বাংলা ভাষা চলিত https://jugasankhaepaper.com/
প্ৰাতঃ খবৰ Pratah Khabar হিন্দী ভাষা চলিত http://patahkhabar.in/[সংযোগবিহীন উৎস]
পূৰ্বাঞ্চল প্ৰহৰী Purbanchal Prohori হিন্দী ভাষা চলিত http://pp.glpublications.in/
দৈনিক সাময়িক প্ৰসঙ্গ Dainik Samayik Prasanga বাংলা ভাষা চলিত https://samayikprasanga.in/epaper.php

সাপ্তাহিক[5]

নাম ইংৰাজী নাম সম্পাদক প্ৰথম প্ৰকাশ চলিত / স্থগিত ৱেবছাইট
অসম বাণী Asam Bani দিলীপ চন্দন চলিত www.asambani.com
প্ৰাগজ্যোতিষ Pragjyotish ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী ২০০৯ স্থগিত
সাদিন[6] Saadin তিলক হাজৰিকা ১৯৮৮ চলিত http://www.pratidinassam.com/sadin/index.html Archived 2008-04-15 at the Wayback Machine

প্ৰমুখ আলোচনীসমূহ

সাহিত্য আলোচনী

নাম ইংৰাজী নাম প্ৰথম প্ৰকাশ সম্পাদক চলিত / স্থগিত টোকা
গৰীয়সী[7] Goriyoshi ধ্ৰুৱজ্যোতি বৰা চলিত সাহিত্যালোচনী
জোনাকী Jonaki ১৮৮৯ চন্দ্ৰকুমাৰ আগৰৱালা স্থগিত প্ৰথম অসমীয়া মাহেকীয়া আলোচনী
তৃষ্ণাতুৰ Trishnatur উদাহৰণ স্থগিত বিনোদনধৰ্মী আলোচনী
নতুন আৱিষ্কাৰ Natun Aviskar ১৯৮৮ শান্তনু তামূলী বিজ্ঞান আলোচনী
নতুন সৃজন Natun Srijan বিজ্ঞান আলোচনী
নন্দিনী[7] Nandini ২০০০ মাইনী মহন্ত চলিত মহিলাৰ আলোচনী
প্ৰকাশ Prakash ১৯৭৫ মিহিৰ দেউৰী চলিত
প্ৰান্তিক Prantik ১৯৮১ প্ৰদীপ বৰুৱা চলিত সাহিত্যালোচনী
প্ৰিয় সখী[8] Priyo Xokhi ২০০০ শশী ফুকন (মুখ্য সম্পাদক), জীমণি চৌধুৰী (সম্পাদক)[7] চলিত মহিলাৰ আলোচনী[9]
বাৰ ওঠৰ Bara Othara ডাঃ জয়ন্ত বিশ্ব শৰ্মা চলিত কিশোৰ-কিশোৰীৰ আলোচনী
বাঁহী Banhi ১৯০৯ স্থগিত টোকা
বিচ্চুৰিত বৰ্ণালী Bicchurito Bornali ২০০৯ মহিলাৰ আলোচনী
বিজ্ঞান জেউতি Bigyan Jeuti বিজ্ঞান আলোচনী
বিজ্ঞান সুৰভি Bigyan Surabhi বিজ্ঞান আলোচনী
বিস্ময়[7][8] Bismoi ১৯৬৯ শশী ফুকন স্থগিত বিনোদনধৰ্মী আলোচনী
মায়া Maya স্থগিত বিনোদনধৰ্মী আলোচনী
সাতসৰী[7] Satsori ২০০৫ অনুৰাধা শৰ্মা পূজাৰী, পূৰ্বৰ সম্পাদক -হোমেন বৰগোহাঞি চলিত সাহিত্যালোচনী
স্বাস্থ্য আৰু দীৰ্ঘ জীৱন Swastya উদাহৰণ চলিত স্বাস্থ্যভিত্তিক আলোচনী
শ্ৰীময়ী[7] Srimoyee ১৯৮৭ বেণী মাধৱ স্থগিত মহিলাৰ আলোচনী
ৰহস্য Rahashya উদাহৰণ স্থগিত বিনোদনধৰ্মী আলোচনী
ৰোমাঞ্চ[7] Rommance ১৯৯৯ মুকুল কলিতা স্থগিত বিনোদনধৰ্মী আলোচনী
মৌ Mou ডিচেম্বৰ, ১৮৮৬ চন স্থগিত উপলদ্ধ নহয়
সাম্প্ৰতিক জনমত Sampratik Janamat ২০১৭ ৰুবী ফুকন চলিত অসমীয়া মাহেকীয়া বাৰ্তালোচনী

শিশু আলোচনী

নাম ইংৰাজী নাম প্ৰথম প্ৰকাশ সম্পাদক চলিত / স্থগিত ৱেবছাইট
অকণিৰ অগ্ৰদূত[7] Akonir Agradoot ১৯৯৫ ৰমেন শইকীয়া, অসীম কুমাৰ বৰা স্থগিত উপলদ্ধ নহয়
চান্দামামা Chandamama স্থগিত উপলদ্ধ নহয়
টিংকল Tinkle উদাহৰণ ৰজনী থিনদাথ চলিত উপলদ্ধ নহয়
নতুন আৱিষ্কাৰ Notun Abiskar উদাহৰণ শান্তনু তামূলী চলিত উপলদ্ধ নহয়
শিশু ৰত্ন Shishu Ratna নৱেম্বৰ, ২০০৪ চন গোবিন চন্দ্ৰ নাথ স্থগিত উপলদ্ধ নহয়
মৌচাক Mouchaq এপ্ৰিল, ১৯৮৪ চন শান্তনু তামূলী চলিত mouchaq.in Archived 2020-04-07 at the Wayback Machine
সঁফুৰা Sofura এপ্ৰিল, ১৯৮২ চন অমল দত্ত চলিত sofura.org
ৰংমেলা Rongmela উদাহৰণ অৰুণ ভাগৱতী চলিত উপলদ্ধ নহয়

কালক্ৰমিক তালিকা

নাম প্ৰথম প্ৰকাশ সম্পাদক টোকা
বৰ্ণালী ১৯৮১ পুণ্যৰাম নেওগ
উদগীৰণ ১৯৮১ জ্ঞানশংকৰ খাকলাৰী
এন ই প্লেনটেশ্বন নিউজ ১৯৮১-১৯৮২ জগদীশ ফুকন
কিশলয় ১৯৮১ ফুল বৰা
নৱ দিগন্ত ১৯৮১ ঈশ্বৰপ্ৰসাদ চৌধুৰী
লোকায়ত ১৯৮১ হোমেন বৰগোহাঞি
কাঁচিয়লি ১৯৮১ লীলাধৰ হাজৰিকা
খ্ৰীষ্টজ্যোতি ১৯৮১ টংকেশ্বৰ বৰুৱা
জোনাক ১৯৮১ নিবেদিতা হাজৰিকা, জিনু গোস্বামী
ঋতায়ণ ১৯৮১ সত্যপ্ৰসাদ কলিতা
আশীৰ্বাদ ১৯৮১ লক্ষ্মীনাৰায়ন বৰ্মন
নৱ-অৰুণোদয় ১৯৮১ দীপক কাকতি
অস্তিত্বৰ চেতনা ১৯৮১ নৱজ্যোতি নাথ
কণ্ঠস্বৰ ১৯৮১ নৃপেন শইকীয়া
অধিকাৰ ১৯৮১
পাণ্ডুলিপি ১৯৮১
ব্যতিক্ৰম ১৯৮১ নলীন কোঁৱৰ
ৰংঘৰ ১৯৮১ শশী ফুকন
বৰ্তমান গণ-আন্দোলন আৰু ছাত্ৰ আন্দোলন ১৯৮১ প্ৰবীণ লহকৰ
জনবাণী ১৯৮১ প্ৰমোদ বৰ্মন
কামৰূপা ১৯৮১ সুৰেশ গোস্বামী
নতুন বাঁহী ১৯৮১ জয়ন্ত ৰংপী
জুনুকা ১৯৮১ নৰেন্দ্ৰ কুমাৰ দাস
ৰ’দালি ১৯৮২ পদুমী গগৈ
সঁফুৰা ১৯৮২-৯৬ ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
জাগৰণ ১৯৮২ যুগল কুমাৰ শইকীয়া
সংবাদ-বিচিত্ৰা ১৯৮২ ৰূপহ চলিহা
প্ৰতিধ্বনি ১৯৮২ মৃদুল বৰুৱা
কনষ্ট্ৰাকছন ট্ৰিবিউন ১৯৮২ ড॰ হেমকান্ত বৰুৱা
অভিযান ১৯৮২ বীৰেণ চন্দ্ৰ দাস
সংগম ১৯৮২ শৈলেন দাস, জবিউল আলি
আহ্বান ১৯৮২ মহম্মদ গিয়াছুদ্দিন
প্ৰকাশন ১৯৮২ কুমুদ গোস্বামী
অসম কণ্ঠ ১৯৮২ ডাঃ নেছাৰ আহমেদ
কৰ্ম যুগ ১৯৮২ খগেন বায়ন
দোকমোকালি ১৯৮২ দেৱব্ৰত শৰ্মা
শ্ৰমজীৱী ১৯৮২ অচ্যুত কুমাৰ শৰ্মা
যুগ ১৯৮৩ ড॰ নৱ হাজৰিকা
সেউজী তল ১৯৮৩ আনন্দ শৰ্মা
অৰিন্দম ১৯৮৩ দিলীপ চন্দন শৰ্মা, ভৃংগেশ্বৰ শৰ্মা, প্ৰদীপ শৰ্মা
কালান্তৰ ১৯৮৩ উৎপল ভূঞা
আজিৰ কবিতা ১৯৮৩ মদন শৰ্মা
অধিকাৰ ১৯৮৩ অনুপ ফুকন
অসমী ১৯৮৩ পৰম শংকৰ দত্ত
অংকুৰ ১৯৮৩ কামেশ্বৰ বৰ্মন
টি ছেট ১৯৮৩ অৰূপ কুমাৰ দত্ত
জনসংস্কৃতি ১৯৮৩ ড॰ জয়ন্ত ৰংপী
আইদেউৰ জোনাকী বাট ১৯৮৩ ৰাজু বৰুৱা, অৰ্পণা মহন্ত
অনাৰু ১৯৮৩ মানৱ কুমাৰ ৰামচিয়াৰী
ভূমিকা ১৯৮৩ শান্তনু তামোলী
খেল-ধেমালী ১৯৮৩ ফণী শৰ্মা
সংযোগ ১৯৮৩ অৰুপ কুমাৰ দত্ত
অভিযাত্ৰী ১৯৮৩ উদ্ভৱ পাঠক
কৃষক বন্ধু ১৯৮৩ প্ৰসন্ন দত্ত
তদন্ত ১৯৮৩ ঘন হাজৰিকা
চিত্ৰজ্যোতি ১৯৮৩ অপূৰ্ব শৰ্মা
প্ৰতীতি ১৯৮৩ নবীন বৰুৱা, প্ৰদীপজ্যোতি মহন্ত
জনশিখা ১৯৮৩ পুতুল কলিতা
মেজাংকৰি ১৯৮৩ শংকৰ কাকতি, অক্ষয় নাথ
জনবিজ্ঞান ১৯৮৩ ড॰ পৰমানন্দ মহন্ত
এনাজৰী ১৯৮৪ ঊষা শইকীয়া
কণ্ঠস্বৰ ১৯৮৪ এম আব্দুল মজিদ খান
দধিচী ১৯৮৪ সুৰজিত গোস্বামী
প্ৰতিধ্বনি ১৯৮৪ ড॰ ভূপেন হাজৰিকা
সীৰলু ১৯৮৪ নৱকান্ত বৰুৱা
সীমান্ত ১৯৮৪ বিশ্বেশ্বৰ হাজৰিকা
জনজাতি ১৯৮৪ লক্ষ্মীনাথ পাংগিং
সমদল ১৯৮৪ মনোৰঞ্জন শৰ্মা
অভিযান ১৯৮৪ জ্ঞানেন চৌধুৰী
ত্ৰিশংকু ১৯৮৪ চৈয়দ আব্দুল মালিক
দূত ১৯৮৪ মতিউৰ ৰহমান
চিত্ৰদূত ১৯৮৪ দিব্যজ্যোতি লহকৰ
মৌচাক ১৯৮৪ শান্তনু তামোলী
শিক্ষা বিকাশ ১৯৮৪ মহিৰুদ্দিন মজুমদাৰ
মণিহাৰ ১৯৮৪ নানু দত্ত
সংঘ বাৰ্তা ১৯৮৪ অসম মহিলা সংঘৰ মুখপত্ৰ
জ্ঞানপীঠ ১৯৮৪ বসন্ত দাস
নিজৰা ১৯৮৪ বিদ্যুত কুমাৰ শৰ্মা
ককাদেউতা ১৯৮৪ দুলাল চন্দ্ৰ বৰঠাকুৰ
পথিক ১৯৮৪ পথিক গোষ্ঠী
প্ৰতিকল্প ১৯৮৪ নন্দলাল সেনগুপ্ত
অনন্য ১৯৮৪ হেমচন্দ্ৰ বৰা
গমুগ ১৯৮৪ খগেন পেগু
লুইতৰ পৰা মিচিচিপি ১৯৮৪ সঞ্জীৱ বৰুৱা
আমি সাতভনী ১৯৮৪ শ্যাম বৰা
ডনগমুছা ১৯৮৪ পি মাৰউইন
অনুপম ১৯৮৪ অনিল কুমাৰ ডেকা
সমলয় ১৯৮৫ জনাৰ্দন মহন্ত, আনন্দ দত্ত
জনজ্যোতি ১৯৮৫
দৃষ্টি ১৯৮৫ ড॰ দীনেশচন্দ্ৰ গোস্বামী
শতৰূপ ১৯৮৫ আভা বৰা
আৱাহন (পুনৰ প্ৰকাশ) ১৯৮৫ দিলীপ কুমাৰ শৰ্মা
প্ৰতিধ্বনি ১৯৮৫ ড॰ ভূপেন হাজৰিকা
অভিমত ১৯৮৫
প্ৰহৰী ১৯৮৫ কমল গগৈ
অপৰূপা ১৯৮৫ ব্ৰজেন বৰুৱা
উত্তৰণ ১৯৮৫
আজিৰ সময় ১৯৮৫ ধ্ৰুৱজ্যোতি বৰা
ফ্ৰণ্টিয়াৰ ছান ১৯৮৫ ৰনবীৰ ৰয়
নৱদূত ১৯৮৫ উমাকান্ত শৰ্মা
সাময়িকী ১৯৮৫ বিধান চন্দ্ৰ দেৱ
ৰসৰাজ ১৯৮৫ মদন চন্দ্ৰ মেধি
ফুল ১৯৮৬ নলিনীপ্ৰভা ডেকা
অনুভূতি ১৯৮৬ আৰতি হাজৰিকা
নিৰিবিলি ১৯৮৬ অমিয় কুমাৰ ভাণ্ডাৰ কায়স্থ
একলব্য ১৯৮৬ অমৰজ্যোতি গগৈ, দেৱব্ৰত শৰ্মা
নতুন প্ৰকাশ ১৯৮৬ কেশৱ হাজৰিকা
প্ৰাংগন ১৯৮৬
আমাৰ এ পি এল ১৯৮৬ ভবেশ বৰুৱা
কণ কণ ১৯৮৬ ৰঞ্জু হাজৰিকা
নদী ১৯৮৬ পুতুল হাজৰিকা
প্ৰতিশ্ৰুতি ১৯৮৬ গুণমনি বৰা
জন অনুভূতি ১৯৮৬ প্ৰবীণ বৰ্মন (মুখ্য সম্পাদক)
আমাৰ প্ৰতিশ্ৰুতি ১৯৮৬ পৱিত্ৰ কুমাৰ নাথ
সঁজাল ১৯৮৬ হিতেন্দ্ৰ কুমাৰ গগৈ, দীপক গগৈ
অনিৰুদ্ধ ১৯৮৬ মুনীন শৰ্মা
ৰূপান্তৰ ১৯৮৬ মুক্তি গগৈ, কন্দৰ্প কুমাৰ বৰবৰুৱা
অভিষেক ১৯৮৬ সুব্ৰত দাস, সুবীৰৰঞ্জন দাস
ঐক্যন ১৯৮৭ শান্তনু কৌশিক বৰুৱা
ছাত্ৰ প্ৰতিনিধি ১৯৮৭ গোবিন্দমোহন গোস্বামী
জ্ঞানদীপ ১৯৮৭ ছবিৰ হুছেইন
নতুন সীৰলু ১৯৮৭ নৱকান্ত বৰুৱা (মুখ্য সম্পাদক)
ফিৰিঙতি ১৯৮৭ প্ৰভাত চন্দ্ৰ শৰ্মা, মনোৰঞ্জন শৰ্মা
বিজ্ঞান সঁফুৰা ১৯৮৭ কুলৰঞ্জন ডেকা
মইনা ১৯৮৭ ভাগ্যলক্ষ্মী মহন্ত
মুকুতা ১৯৮৭ কুমুদ গোস্বামী
ঋতু ১৯৮৭ ভুৱনেশ্বৰ শৰ্মা
সাতসৰী ১৯৮৭ কমলকুমাৰী বৰুৱা
অনুভূতি ১৯৮৭ নীলিমা শৰ্মা
প্ৰেৰণা ১৯৮৭ নিৰদ দাস, হৰমোহন চহৰীয়া, গোপাল শৰ্মা
জনকল্লোল ১৯৮৭ শুক্লেশ্বৰ মেধি
নাট্যান্দোলন ১৯৮৭ আলি হাইদৰ
ইস্পাতৰ ফুল ১৯৮৭ সবিতা লহকৰ
শ্ৰীময়ী ১৯৮৭ বেণী মাধৱ
প্ৰত্যুষ ১৯৮৭ কেশৱ গগৈ
সময়ৰ কবিতা ১৯৮৭ ৰমেন শইকীয়া
মানস ১৯৮৭ সঞ্জীৱ কুমাৰ বৰকাকতি
সংস্কৃতি পল্লৱ ১৯৮৭ জনাৰ্দন ভূঞা, জগত বৰা
গিৰিজনি ১৯৮৭ ৰমাকান্ত বৰবৰুৱা
সমকাল ১৯৮৭ হোমেন বৰগোহাঞি
নৱপ্ৰভাত ১৯৮৭ বেণুধৰ কলিতা
আটলাণ্টা ১৯৮৭ আজিম হাজৰিকা
সচেতনা ১৯৮৭ গায়ত্ৰী হাজৰিকা
সময় সংহিতা ১৯৮৭ ধ্ৰুৱজ্যোতি বৰা
বলয় ১৯৮৭ ৰিজু হাজৰিকা
বৰপীঠ ১৯৮৭ গণেশ দাস
ইস্তাহাৰ ১৯৮৭ সোণেশ্বৰ পাটোৱাৰী
লুইত ১৯৮৭ অৱনী চক্ৰৱৰ্তী
জিলমিল ১৯৮৭ কুমাৰ দীপক
ধৰিত্ৰী ১৯৮৮ ৰঞ্জুমণি গগৈ
গণকণ্ঠ ১৯৮৮ অশোক দাস
নি ৰাফৌদায় ১৯৮৮ সুবুংসা মৌসাহাৰী
নতুন আৱিষ্কাৰ ১৯৮৮ শান্তনু তামোলী
নতুন কবিতা ১৯৮৮ ৰাম গগৈ
মান্দুলী ১৯৮৮ সাৱিত্ৰী গগৈ
খাসিনি ১৯৮৮ গুনেশ্বৰ মৌসাহাৰি
ৰংবিৰং ১৯৮৮ লাৱণ্য গোস্বামী
ৰূপান্তৰ ১৯৮৮ কনক কলিতা
মণিহাৰ ১৯৮৮
জীৱন জেউতি ১৯৮৮ জবিউল জাহাদ্দিৰ
কল্পদ্ৰুম ১৯৮৮ কুমাৰ অনুকূল দাস
দিকপাল ১৯৮৮ এম আব্দুল মজিদ (মু. সা.)
স্বাস্থ্য চিন্তা ১৯৮৮ ডাঃ নগেন দত্ত, শান্তনু তামোলী
অনন্যা ১৯৮৮ মুনীন্দ্ৰ মহন্ত
ঋত্বিক ১৯৮৮ শ্যামাপ্ৰসাদ শৰ্মা
কলম ১৯৮৮ এ আৰ বৰা
ৰিগি-ৰিগাং ১৯৮৮ অমৰেন্দ্ৰ স্বৰ্গীয়াৰী
আকাল ১৯৮৮ ধীৰাজ কুমাৰ ডেকা
সাৰথি ১৯৮৮ জীৱেশ্বৰ দাস
কলিয়া ভোমোৰা ১৯৮৮ উপেন্দ্ৰ বৰকটকী
আজিৰ শিক্ষা সংবাদ ১৯৮৮
অধিনায়ক ১৯৮৯ যোগেশ দাস
গাণ্ডীৱ (কাব্যালোচনী) ১৯৮৯ কুকি পূজাৰী
মনোহৰা ১৯৮৯ নীলিমা গোস্বামী
প্ৰাচ্য ভাৰতী ১৯৮৯ নগেন গোস্বামী
অৱতাৰ ১৯৮৯ সুমন্ত চলিহা
জনগণ ১৯৮৯
আংতং ১৯৮৯ কুমুদ চন্দ্ৰ ডেকা
সুবাস ১৯৮৯ ববিতা কোঁৱৰ, প্ৰদীপ কুমাৰ মৰাণ
চন্দ্ৰমা ১৯৮৯ উষা ডেকা
চিলাৰায় ১৯৮৯ নিত্যা দত্ত
জ্ঞানকোষ ১৯৮৯ কুমাৰ নিৰঞ্জন
ডেকা অসম ১৯৮৯ ক্ষিতিশ চন্দ্ৰ ফুকন
ত্ৰিনয়ন ১৯৮৯ ৰমেন শইকীয়া
গুণগুণনি ১৯৮৯ আফাতাবুল হুছেইন
অন্তৰংগ ১৯৮৯
সপ্তৰ্ষি
সূৰুজ ১৯৮৯ অশ্বিনী কুমাৰ শৰ্মা (মুঃ সঃ)
জৱাহৰ জেউতি ১৯৮৯ অন্নপূৰ্ণা বৰুৱা
অসম ১৯৮৯ মহেশ্বৰ চুতীয়া
স্বাধীনতা ১৯৮৯ সিদ্ধাৰ্থ ফুকন
গণ কবিতা ১৯৮৯ ধ্ৰুৱ কুমাৰ তালুকদাৰ
মণি-কাঞ্চন ১৯৮৯ সঞ্জীৱ কুমাৰ তালুকদাৰ
সূত্ৰধাৰ ১৯৮৯ হোমেন বৰগোহাঞি
নীলকণ্ঠ ১৯৮৯ ৰাণা আহমেদ বৰা
সংযোগ ১৯৮৯ নিত্যানন্দ বৰা
অন্বেষণ ১৮৯০ বিবেকা হাজৰিকা
আজোকবাৰ্তা ১৮৯০ নৰেন্দ্ৰ দেৱ শাস্ত্ৰী
আধাৰ ১৮৯০ গীতা হাতীকাকতি
সহযাত্ৰী ১৮৯০ জ্যোতিৰেখা হাজৰিকা
গুঞ্জন ১৮৯০ প্ৰেম গগৈ
শাশ্বত ১৮৯০ ৰমেন মেধি
জ্ঞান-বিজ্ঞান ১৮৯০ জ্যোতি ফুকন
জন সৈনিক ১৮৯০ ৰাজকমল
ডেউকা ১৮৯০ দুদুল মণি শৰ্মা
অন্বেষা ১৮৯০ প্ৰশান্ত কুমাৰ চুতিয়া
গুমুৰ ১৮৯০ অখ্ৰাং দৈমাৰী
দখিনপাৰ ১৮৯০ সৰ্বেশ্বৰ মজুমদাৰ
নতুন যুগৰ অগ্নিবান ১৮৯০ সুশীল ৰাজখোৱা
বিকল্প ১৯৯০ ব্ৰজকিশোৰ শইকীয়া
উদাংস্ৰি ১৯৯০ ৰূপনাথ মৌসাহাৰী
মৌ-কোঁহ ১৯৯০ বেদান্ত কুমাৰ বৰা
ৰ’দালী ১৯৯০ পূৰ্ণিমা কোঁৱৰ
ফুলনি ১৯৯০ বুবুল চন্দ্ৰ ডেকা
সংবাদ আৰু সাংবাদিক ১৯৯০ দিলীপ কুমাৰ বৰুৱা
সমন্বয় সংবাদ ১৯৯০ অৰূপ কুমাৰ শৰ্মা
সালংকৃতা ১৯৯০ হিৰণময়ী দত্ত, মাধুৰী কলিতা চৌধুৰী
জোনাক ১৯৯০ হৰেকৃষ্ণ বৰ্মন
ফুলনি ১৯৯০ প্ৰণৱজ্যোতি নেওগ
পষেক ১৯৯০ নীল গোহাঁই
অংগীকাৰ ১৯৯০ অৰুণ বৰুৱা
গুঞ্জন ১৯৯০ প্ৰেম গগৈ
জ্ঞানোদয় ১৯৯০ শৰৎ ৰাজখোৱা
প্ৰৰণা (নৱ-প্ৰেৰণা) ১৯৯০ ৰূপহ চলিহা
সিংহদ্বাৰ ১৯৯০ প্ৰদীপ গগৈ
পূবালী ১৯৯০ বেণী মাধৱ
সূৰ্যমুখী ১৯৯০ গজেন শইকীয়া
নতুন দিন ১৯৯০ মতিউৰ ৰহমান
সুবাসিত সান্নিধ্য ১৯৯০ বন্তিশিখা পাঠক
হেৰিটেজ ১৯৯০ সুকুমাৰ বাগছী
ঊষা ১৯৯০ ৰুণুমী বৰা
অংকুৰণ ১৯৯০ গোপাল চন্দ্ৰ বেজবৰুৱা
আন্দোলন ১৯৯০ কন্দৰ্প শইকীয়া
সাময়িক ১৯৯০ মলয়া খাউণ্ড
অধিকাৰ ১৯৯১ দীপিকা পৰদেশী
কাব্যপ্ৰৱাহ ১৯৯১ জনাৰ্দন মহন্ত
কিশোৰ ১৯৯১-৯২ হোমেন বৰগোহাঞি
সংগীত ১৯৯১ প্ৰতিম নেওগ
ষ্টেটফেড বাতৰি ১৯৯১ জগদীশ বৰুৱা
বিজ্ঞান প্ৰৱাহ ১৯৯১ ডাঃ এ কে জিয়াউদ্দিন আহমেদ
জোৎস্না ১৯৯১ ঘন কান্ত ডেকা
শলিতা ১৯৯১ চণ্ডিচৰণ দাস
আলোচনা ১৯৯১
ন-সতীৰ্থ ১৯৯১ তিলোত্তমা ভূঞা
সমন্বয় বাৰ্তা ১৯৯১ অৰুণ দাস
প্ৰগতি ১৯৯১
কবি সন্মিলন ১৯৯১
কবচ ১৯৯১ প্ৰদীপ চন্দ্ৰ হাজৰিকা
জিজ্ঞাস ১৯৯১ প্ৰদীপ কুমাৰ মেধি
কাকডোঙা ১৯৯১ ফুলেন কুমাৰ বৰা
বেদৱতী ১৯৯১ প্ৰদীপ কুমাৰ শৰ্মা
ছন্দশিল্প ১৯৯১ প্ৰফুল্লপ্ৰাণ মহন্ত
পষেকীয়া মাজুলী ১৯৯১ ৰঞ্জিত কুমাৰ ভূঞা
কিশলয় ১৯৯১ ৰঘুনাথ কাগয়ুং
জ্ঞানজ্যোতি ১৯৯১ ৰাতুল হাজৰিকা
মহুৰা ১৯৯১ বোকাজান লেখিকা সামাৰোহ সমিতিৰ মুখপত্ৰ
আমি ১৯৯১ মঞ্জুলা হাজৰিকা
ই-পি-চি-বি নিউজ লেটাৰ ১৯৯১ মোহিনী কুমাৰ শৰ্মা
চন্দ্ৰ মল্লিকা ১৯৯১ কমল চন্দ্ৰ তালুকদাৰ
পদধ্বনি ১৯৯১ খগেন মেধি
হেঙুল ১৯৯২ গোবিন্দ্ৰ চন্দ্ৰ নাথ
আংলং ১৯৯২ প্ৰদীপ চন্দ্ৰ হাজৰিকা
পানচৈ ১৯৯২ মহেন্দ্ৰ সোণোৱাল নাৰেংগী আঞ্চলিক
সাহিত্য সভাৰ মুখপত্ৰ ১৯৯২ বসন্ত কলিতা
মাজুলী ১৯৯২ দিলীপ দাস
অনিৰ্বান ১৯৯২ পুতুল হাজৰিকা
হামদেৰ আৱাজ ১৯৯২ অমল কুমাৰ হৰ
অনুবাদ ১৯৯২ কবিন ফুকন (মু. স.)
অংকুৰণ ১৯৯২ প্ৰতাপজ্যোতি বৰা
পাৰিজাত সংবাদ ১৯৯২ কৃষ্ণ বৰগোহাঞি
ন-পথিকৃৎ ১৯৯২ ত্ৰিৰংকু
আমাৰ লেখা ১৯৯২ নতুন সাহিত্য পৰিষদ
সতীৰ্থ ১৯৯২ উপেন্দ্ৰ নাথ শৰ্মা
উন্মেষ ১৯৯২ গৌতমানন্দ গোস্বামী
প্ৰতীক ১৯৯২ বিপিন চন্দ্ৰ ডেকা
পাটকাই ১৯৯২ থানুৰাম ৰাইডিংগীয়া
পথিকৃত ১৯৯৩ তৰুণ কোঁৱৰ
ৰত্নগৰ্ভা ১৯৯৩ নিবাৰণ বৰা
বহ্নিশিখা ১৯৯৩ জয়জ্যোতি গগৈ
শংখধ্বনি ১৯৯৩ বৰ্ণালী বৰা, ডালিমী নাথ
সঁজাল ১৯৯৩ প্ৰশান্ত কুমাৰ কলিতা, ৰাজীৱ কুমাৰ দত্ত
পুৱতি ১৯৯৩ কমল কছাৰী, হৰেণ চন্দ্ৰ নাথ
কবিতাকাশ ১৯৯৩ আফতাবুল হুছেইন
পখিলা ১৯৯৩ মৃণাল বৰকটকী
চিত্ৰাংগদা ১৯৯৩ গুল পাঠক
গৰীয়সী ১৯৯৩ চন্দ্ৰপ্ৰসাদ শইকীয়া
কথা ১৯৯৩ ৰঞ্জিত কুমাৰ দেৱ গোস্বামী (মুখ্য সম্পাদক), শোণিতবিজয় দাস (সম্পাদক)
পৃথ্বি ১৯৯৩
প্ৰাচীৰ ১৯৯৩ মফিজুৰ ৰহমান
সূৰ্য ১৯৯৩ দীপংকৰ দেৱশৰ্মা
আছাম এমপ্লইমেণ্ট ১৯৯৩ ডি-ডি শৰ্মা
সন্ধানী ১৯৯৩ দিগন্ত কুমাৰ বৰা
নতুন আশা ১৯৯৩ জ্যোতিৰ্ময় হাজৰিকা
স্বৰূপা ১৯৯৩ শশীপ্ৰভা দাস
বিদ্যাৰ্থী ১৯৯৩ ত্ৰৈলোক্য মোহন নাথ
গণপত্ৰিকা ১৯৯৩ গকুল বৰা (মু. স.)
নৱ দৃষ্টি ১৯৯৩ স্মৃতি কুমাৰ সিংহ
নতুন প্ৰৱাহ ১৯৯৩ ভাৰত তামোলী ফুকন
সেউজ চিন্তা ১৯৯৩ অৰুণ চাংকাকতি
উত্তৰ-পূৱ ভাৰতৰ নাৰী ১৯৯৩ মিনেশ্বৰী দৈমাৰী পামেগাম
ঋতুৰ ফুল ১৯৯৩ বীৰেণ ফুকন
ন-পথ ১৯৯৩ গুণকান্ত গগৈ
ফেৰংগাদাও ১৯৯৩ বীৰেণ কাথ হাজৰিকা
লাইপুলীয়া ১৯৯৩ বসন্ত মংগল দত্ত, বিপুল শৰ্মা
পাহাৰী সংবাদ ১৯৯৩ মাণিক দেউৰী
উদীয়মান ১৯৯৩ জিতেন দাস, অনন্ত দাস
ন-শক্তি ১৯৯৩ কুমুদ চন্দ্ৰ তালুকদাৰ
বড়োলেণ্ড ৰাদাব ১৯৯৩ স্বামব্লা বসুমতাৰী
সাৰথি ১৯৯৩ তাজুদ্দিন আহমেদ
আসাম সন্ধান ১৯৯৩ ডি ডি শৰ্মা
বিজয়িনী ১৯৯৩ মঞ্জুৰা বৰবৰা
সমন্বয় ১৯৯৩ বাছা বৰা
সেউজ অনুভূতি ১৯৯৩ প্ৰণামী চুতীয়া
অসমৰ বাতৰি কাকতৰ ডেৰশ বছৰীয়া জয়ন্তী বাৰ্তা ১৯৯৩ প্ৰফুল্ল চন্দ্ৰ বৰুৱা
অসম মাতৃ ১৯৯৩ ৰতিকান্ত বৰা
জনজাগৰণ ১৯৯৩ কমল হায়দৰ
তপোবন ১৯৯৪ ৰাতুল ভাগৱতী
পাঞ্চজন্য ১৯৯৪ ৰমানন্দন বৰা
আগান ১৯৯৪ প্ৰৰাগ কুমাৰ দাস
ফিৰিঙতি ১৯৯৪ অৰুণ মহন্ত
নতুন পৰিচয় ১৯৯৪ যাদৱ বৰা
সংবাদ বিবিধা ১৯৯৪ সুচন্দ্ৰা দাস
লাং চিং ১৯৯৪ ভূপেন দাস
প্ৰতিশ্ৰুতি ১৯৯৪ পংকজ চৌধুৰী
সেউজ সংবাদ ১৯৯৪ আলফ্ৰেড ৰহমান
সোমবাৰ ১৯৯৪ মুকুট শৰ্মা
বিশ্ব ক্ৰীড়াংগন ১৯৯৪ কুমাৰ দাস
জখলা ১৯৯৪ দ্বিজেন দাস
ন-কলাখাৰ ১৯৯৪ বুবুল চন্দ্ৰ ডেকা
কালৰ কথা ১৯৯৪ ভীমসেন সিংহ
আমাৰ খবৰ ১৯৯৪ বিকাশ গোস্বামী
নৰ্থ-ইষ্টাৰ্ণ হুজ হু ১৯৯৪ দীপাংক শইকীয়া
হিদায়েৎ ১৯৯৪ কোৰামত আলী
খোজ ১৯৯৪ যোগেন তামোলী
দি নৰ্থ-ইষ্টাৰ্ণ হুজ হু ১৯৯৪ শচীন ফুকন
সূচনা ১৯৯৪ হাৰনুল ৰছিদ
নতুন ধাৰা ১৯৯৪ কণমানি কাকতি
জাননী ১৯৯৪ অৰ্চনা গগৈ
কিশলয় ১৯৯৪ প্ৰণৱজ্যোতি শইকীয়া, লাচিত বৰা
গণকণ্ঠ ১৯৯৪ জিতেন্দ্ৰ দাস
অধিকাৰ ১৯৯৪ হাফিজ আহমেদ
নৰ্থ-ইষ্ট পিপলছ ১৯৯৪ প্ৰাজনা আনন্দ
ফিৰিঙতি ১৯৯৪
অবিকল ১৯৯৫ সতীশ ভট্টাচাৰ্য
প্ৰৱাহ ১৯৯৫ জ্যোতিষ ভট্টচাৰ্য
পাহাৰী দৰ্পন ১৯৯৫ মণিশংকৰ পুৰকায়স্থ
মহানগৰ ১৯৯৫ অৰূপা বৰুৱা
ই মুখ ১৯৯৫ বাহাৰুল ইছলাম
পূৰ্ণিমা ১৯৯৫ ড॰ পি বিৰমানী
বৰ্তমান ১৯৯৫ প্ৰণয় ৰয়
সুৰভি ১৯৯৫ প্ৰতাপজ্যোতি বৰা
প্ৰত্যয় ১৯৯৫ সুৰজিত বৰুৱা
প্ৰাচ্যলিপি ১৯৯৫ দীপাংক দাস
শব্দভেদী ১৯৯৫ আফতাবুল হুছেইন
অকণিৰ অগ্ৰদূত ১৯৯৫ ৰমেন শইকীয়া
মইনা ১৯৯৫ অতুল বৰা
স্বৰাজ ১৯৯৫ দুৰ্লভ চন্দ্ৰ মহন্ত
কবিতা ১৯৯৬ শোণিতবিজয় দাস
সুৰভি ১৯৯৬ প্ৰতাপজ্যোতি বৰা
প্ৰত্যয় ১৯৯৮ মনোৰম গগৈ
নতুন পদাতিক ১৯৯৮ ড॰ হীৰেণ গোহাঁই
মায়া ১৯৯৯ পবিত্ৰ মাৰ্ঘেৰিটা
ৰোমাঞ্চ ১৯৯৯ মুকুল কলিতা
প্ৰিয় সখী ২০০০ শশী ফুকন (মুখ্য সম্পাদক), জীমণি চৌধুৰী (সম্পাদক)
নন্দিনী ২০০০ মাইনী মহন্ত
জিলিঙনি ২০০০ প্ৰদীপ কুমাৰ মেধি (অবৈ)
স্বাস্থ্য চৰ্চা ২০০০ ডাঃ আশ্বৰাফুল আলম
হিয়া ২০০০ ৰঞ্জু হাজৰিকা
নাইনথ কলম ২০০১ সৌমেন ভৰতীয়, প্ৰুন বৰ্মন, অভিজিত চক্ৰৱৰ্তী
ৰ’দ কাঁচিয়লি ২০০১ জেহিৰুল হুছেইন
জোনাক ২০০১ প্ৰকাশ শৰ্মা
ৰং ২০০১ মাধুৰ্য মণ্ডিত বৰুৱা
প্ৰান্তশ্ৰী ২০০২ কুমুদ গোস্বামী
অনুভৱ ২০০২ দিপাঞ্জলি নাথ
সঁফুৰা (পুনৰ প্ৰকাশ) ২০০২ ভবেন্দ্ৰ নাথ শইকীয়া
ৰংমেলা ২০০২ অৰুণ ভাগৱতী
সুবাস ২০০২ জোনজ্যোতি দত্তবৰা
শিক্ষা ২০০৩ ইউ কে হৰ্ষবৰ্ধন
খোজ ২০০৩ ৰাজীৱ গগৈ
৩০ দিন ২০০৩ পবিত্ৰ কুমাৰ ডেকা
বান্ধৱ ২০০৩ বিনয় মোহন শইকীয়া (অবৈ)
পাৰিজাত ২০০৩ বাহাৰুদ্দিন শইকীয়া
নিবেদন ২০০৩ অৰিন্দম বৰকটকী
কথা গুৱাহাটী ২০০৪ ৰঞ্জিত কুমাৰ দেৱগোস্বামী (মু. স.), শোণিত বিজয় দাস (স.)
দিগ্ দৰ্শন ২০০৩ পংকজ কুমাৰ দাস
মুহূৰ্ত ২০০৪ প্ৰণৱ কুমাৰ বৰ্মন
চিত্ৰালী ২০০৪ ৰেজেক আলি আহমেদ
নতুন ৰাগিনী ২০০৪ অলকা বৰুৱা
পটভূমি ২০০৪ ৰবীন্দ্ৰ বৰা
অসমীয়া সা ৰে গা মা ২০০৪ পবিত্ৰ মাৰ্ঘেৰিটা
জোনাকী বাট ২০০৪ জুনু বৰা
সাধনা ২০০৪ প্ৰণয় বৰদলৈ
সপ্তৰ্ষি ২০০৪ হিৰণ্যময়ী বৰুৱা
অকণিৰ হঁহি ২০০৪ হিৰণ্যময়ী বৰুৱা
প্ৰিয়ামণি ২০০৪ দিলীপ নাথ
হেঁপাহ ২০০৪ ৰাম হাজৰিকা
জোনাক ২০০৪ গগণ চন্দ্ৰ অধিকাৰী
মাহেকীয়া কেৰিয়াৰ গাইড ২০০৪ প্ৰীতিমা কৌশিক বৰুৱা
ৰংমন ২০০৫ প্ৰণয় বৰদলৈ
স্বাস্থ্য আৰু পৰিচৰ্চা ২০০৫ ডাঃ প্ৰদীপ বৰুৱা
সাতসৰী ২০০৫ হোমেন বৰগোহাঞি
জীৱন ২০০৫ সুৰেশ ৰঞ্জন গদুকা
অন্তৰা ২০০৫ জ্যোতিৰেখা হাজৰিকা
আৰক্ষীৰ পৃথিৱী ২০০৬ সুদীপ প্ৰকাশ বৰুৱা
সপৰিবাৰ ২০০৮ হেমচন্দ্ৰ দলে
সমীক্ষণ ২০০৮ জোনজ্যোতি দত্তবৰা
বিচ্চুৰিত বৰ্ণালী ২০০৯
জাৰ্নেলিষ্ট ২০০৯
আধাৰ ২০০৯ ডাঃ বলীন খাৰখৰীয়া (মু. স.), হেমেন শইকীয়া (স.)
অনুভৱ (কাব্যালোচনী) ২০১০ বাব্‌লু প্ৰসাদ বৰুৱা
পোন্ধৰ ২০১০ অৰুণ দত্ত
বাক্ (সাহিত্য আলোচনী) ২০১৫ বাব্‌লু প্ৰসাদ বৰুৱা

লগতে চাওক


তথ্য সংগ্ৰহ

  1. w3newspapers.com আহৰণ: ২৭-০৯-২০১২
  2. Adinor Sambad[সংযোগবিহীন উৎস], আহৰণ: ২৮-০৯-২০১২
  3. Articles related to "Assamese newspapers", আসাম স্পাইডাৰ ডট কম, আহৰণ: ২৮-০৯-২০১২
  4. অনলাইন শিৱসাগৰ ডট কম আহৰণ: ২৭-০৯-২০১২
  5. onlinesivasagar.com আহৰণ: ২৭-০৯-২০১২
  6. assaminfo.in Archived 2012-10-14 at the Wayback Machine আহৰণ: ২৭-০৯-২০১২
  7. 7.0 7.1 7.2 7.3 7.4 7.5 7.6 7.7 আশীৰ পৰৱৰ্তী অসমীয়া আলোচনী : এক অসম্পূৰ্ণ আলোচনা (১) – লিখক: শান্তনু কৌশিক বৰুৱা, ৱেবছাইট: কিতাপ ডট ক’ ডট ইন, আহৰণ: ৩০-০৯-২০১২
  8. 8.0 8.1 Articles related to "Assamese Magazine", উৎস: আসাম স্পাইডাৰ ডট কম, আহৰণ: ২৮-০৯-২০১২
  9. প্ৰিয় সখী Archived 2012-09-20 at the Wayback Machine ৱেবছাইট, আহৰণ: ২৯-০৯-২০১২


বাহ্যিক সংযোগ