অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৯৬৩ চনত প্ৰথমে গঠিত হোৱা নটৰাজ থিয়েটাৰৰ পাছত আৰু কেইবাটাও ভ্ৰাম্যমাণ থিয়েটাৰৰ দল গঠন হৈছে। ইয়াৰে বেছি ভাগেই সময়ৰ সোঁতত বিলুপ্ত হৈছে।

তালিকা[সম্পাদনা কৰক]

থিয়েটাৰৰ নাম[1] বছৰ স্থান প্ৰযোজক বৰ্তমান স্থিতি
নটৰাজ থিয়েটাৰ ১৯৬৩ পাঠশালা অচ্যুত লহকৰ অধুনালুপ্ত (২০০৩)
সুৰদেৱী থিয়েটাৰ ১৯৬৪ চামতা ধৰণী বৰ্মন অধুনালুপ্ত
পূৰ্বজ্যোতি থিয়েটাৰ ১৯৬৬ হাজো কৰুণাকান্ত মজুমদাৰ অধুনালুপ্ত
ৰূপাঞ্জলি থিয়েটাৰ ১৯৬৮ বৰপেটা
মঞ্চৰূপা থিয়েটাৰ ১৯৬৯ পাঠশালা হেমকান্ত তালুকদাৰ অধুনালুপ্ত
অসম ষ্টাৰ থিয়েটাৰ ১৯৭০ পাঠশালা আৰু গুৱাহাটী কুমুদ শৰ্মা লুপ্ত
মুকুন্দ থিয়েটাৰ ১৯৭২ মাখিবাহা, টিহু অতুল ভট্টাচাৰ্য্য--মৃগেন ভট্টাচাৰ্য্য লুপ্ত
নটৰাজ শিল্প নিকেতন ১৯৭৩ পাঠশালা
ৰূপকোঁৱৰ থিয়েটাৰ ১৯৭৪ নলবাৰী বীৰন কলিতা লুপ্ত
জ্যোতিৰূপা থিয়েটাৰ ১৯৭৫ নিতাই পুখুৰী
ভাগ্যদেৱী থিয়েটাৰ ১৯৭৫ মৰোৱা, নলবাৰী
কহিনুৰ থিয়েটাৰ ১৯৭৬ পাঠশালা ৰতন লহকৰ
মুন থিয়েটাৰ ১৯৭৭ চামতা অবলা বৰ্মন লুপ্ত
মঞ্চকোঁৱৰ থিয়েটাৰ ১৯৭৭ উত্তৰ গুৱাহাটী
লখিমী থিয়েটাৰ ১৯৭৭ গোৱালপাৰা
বিষ্ণুজ্যোতি থিয়েটাৰ ১৯৭৭ চামতা
ৰাধিকা দেৱী থিয়েটাৰ ১৯৭৭ দক্ষিণ শিংৰা, কামৰূপ
ৰূপালীম থিয়েটাৰ ১৯৭৮ অভয়াপুৰী
কল্পনা থিয়েটাৰ ১৯৭৮ বেলশৰ, নলবাৰী যাদৱ সেন ডেকা লুপ্ত
মা লক্ষ্মী থিয়েটাৰ ১৯৭৮ মৰঙী তিনিআলি, গোলাঘাট
অপৰূপা থিয়েটাৰ ১৯৭৮ পশ্চিম চামতা
বিশ্বজ্যোতি থিয়েটাৰ ১৯৭৮ নলবাৰী
অপ্সৰা থিয়েটাৰ ১৯৭৯ চামতা জিতেন শৰ্মা লুপ্ত
আৱাহন থিয়েটাৰ পাঠশালা কৃষ্ণ ৰয় প্ৰচলিত
আৰাধনা থিয়েটাৰ ১৯৭৯ পাঠশালা সদা লহকৰ লুপ্ত
অনিৰ্বাণ থিয়েটাৰ ১৯৮২ পাঠশালা সুভাষ চৌধুৰী
থিয়েটাৰ ২০১৬ পাঠশালা মানস কলিতা প্ৰচলিত

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. কিশোৰ কুমাৰ কলিতা (লেখক-সংকলক), ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস (প্ৰথম খণ্ড), সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সংস্থা, ফেব্ৰুৱাৰী, ২০১১, পৃ: ২০-২৩