অসমৰ ৰাজ্যিক প্ৰতীকসমূহ
অসম চৰকাৰৰ দ্বাৰা স্বীকৃতীপ্ৰাপ্ত চৰকাৰী প্ৰতীকসমূহ তলত উল্লেখ কৰা হ’ল:-
| শ্ৰেণীসমূহ | অসমীয়া নাম | ইংৰাজী নাম | প্ৰতীক |
|---|---|---|---|
| জাতীয় সংগীত | অ’ মোৰ আপোনাৰ দেশ | O my dearest country | |
| জাতীয় শ্লোগান | জয় আই অসম | Hail mother Assam | |
| ৰাজ্যিক মোহৰ | অসম চৰকাৰ | Government of Assam | |
| ৰাজ্যিক ভাষা | অসমীয়া | Assamese language | |
| ৰাজ্যিক সাহিত্য সভা | অসম সাহিত্য সভা | Assam Literary Society | |
| জাতীয় উৎসৱ | বিহু | Bihu | |
| জাতীয় নৃত্য | বিহু নৃত্য | Bihu dance | |
| জাতীয় ফুল | কপৌ ফুল | Foxtail Orchids | |
| জাতীয় গছ | হোলোং | Dipterocarpus macrocarpus | |
| জাতীয় জন্তু | এশিঙীয়া গঁড় | One-horned rhinoceros | |
| জাতীয় পক্ষী | দেওঁ হাঁহ | White-winged Wood Duck |
তথ্যসংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘অসম’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|
|||||||||||||||||||