অসম গণ পৰিষদ
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| অসম গণ পৰিষদ | |
|---|---|
| নেতা | প্ৰফুল্ল কুমাৰ মহন্ত |
| সংসদীয় সভাপতি | |
| লোকসভাত নেতা | |
| ৰাজ্যসভাত নেতা | |
| প্ৰতিষ্ঠা | ১৯৮৫ |
| মূখ্য কাৰ্যালয় | গোপীনাথ বৰদলৈ পথ, আমবাৰী, গুৱাহাটী-৭৮১০০১ |
| ৰাজনৈতিক মতাদৰ্শ | আঞ্চলিক |
| ৱেবছাইট | অসম গণ পৰিষধৰ ৱেবচাইট |
অসম গণ পৰিষদ (ইংৰাজী: Asom Gana Parishad) হ'ল অসমৰ এক ৰাজনৈতিক দল। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে হোৱা অসম আন্দোলনৰ পৰিণতিত অসম গণ পৰিষদ গঠিত হৈছিল। বৰ্তমানলৈকে (২০১২ চন) অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদে দুবাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।