অ'ক চৰাই
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| Great Auk | |
|---|---|
| Specimen no. 8 and replica egg in Kelvingrove, Glasgow | |
| সংৰক্ষণ স্থিতি | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| জগৎ/ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| শ্ৰেণী: | Aves |
| বৰ্গ: | Charadriiformes |
| পৰিয়াল: | Alcidae |
| গণ: | †Pinguinus Bonnaterre, 1791 |
| প্ৰজাতি: | †P. impennis |
| বৈজ্ঞানিক নাম | |
| Pinguinus impennis (Linnaeus, 1758) |
|
| Approximate range (in blue) with known breeding sites indicated by yellow marks[2][3] | |
| সমাৰ্থক | |
|
|
এবিধ বিলুপ্ত সামুদ্ৰিক চৰাই। স্কাণ্ডিনেভিয়া, স্পেইন, গ্ৰীণলেণ্ড আদি ঠাইক সামৰি উত্তৰ আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰৰ উপকুল অঞ্চলত এসময়ত পৰ্যাপ্ত পৰিমাণে অ'ক চৰাই আছিল। কিন্তু সুস্বাদু মাংস আৰু কণীৰ অধিকাৰী হোৱা বাবে মানুহৰ নৃশংসতাৰ ফলত এইবিধ চৰাই কমি আহিবলৈ ধৰিলে। জোঙা বহল ঠোঁটটোৰে দেখিবলৈ ধুনীয়া অ'ক চৰাইৰ পাখি দুখন আপেক্ষিকভাৱে সৰু আছিল। হাঁহৰ দৰে ভৰিৰ পতা থকা অ'ক চৰাই দেখাত পেংগুইনৰ দৰে। ১৮৫২ চনত কানাডাৰ ওচৰৰ নিউফাউলেণ্ড দ্বীপত পোৱা অকলশৰীয়া অ'ক চৰাইটোকে পৃথিৱীৰ শেষ অ'ক চৰাই বুলি ঠাৱৰ কৰা হৈছে। এইবিধ চৰাই ৬০ হাজাৰতকৈ অধিক বছৰ পৃথিৱীত জীয়াই আছিল[4]।
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ BirdLife International (2012). "Pinguinus impennis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003305। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ Grieve, Symington (1885). The Great Auk, or Garefowl: Its history, archaeology, and remains. Thomas C. Jack, London. http://www.archive.org/details/cihm_06624.
- ↑ Parkin, Thomas (1894). The Great Auk, or Garefowl. J.E. Budd, Printer. http://www.archive.org/details/cu31924000574222। আহৰণ কৰা হৈছে: 2010-05-14.
- ↑ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, প্ৰকাশক: ?, পৃষ্ঠা নং: ? , আহৰণ কৰা তাৰিখ: ?