আই অ চি’ত ব্যৱহৃত দেশৰ সংকেতসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আন্তৰ্জাতিক অলিম্পিক মভমেণ্টৰ পতাকা
আন্তৰ্জাতিক পাৰালিম্পিক মভমেণ্টৰ পতাকা

আন্তৰ্জাতিক অলিম্পিক কমিটি (ইংৰাজী: International Olympic Committee চমুকৈ IOC) হৈছে অলিম্পিক গেমছত যিসমূহ দেশে অংশগ্ৰহণ কৰে, সেইসমূহ দেশৰ নাম প্ৰকাশৰ বাবে প্ৰত্যেক ক্ৰীড়াবিদ গোটৰ দেশৰ সংকেত য’ত চমুকৈ তিনিটা আখৰৰ ব্যৱহাৰ কৰি দেশসমূহ চিহ্নিত কৰা হয়। প্ৰতিটো সংকেতেই সাধাৰণতে ৰাষ্ট্ৰীয় অলিম্পিক কমিটি (National Olympic Committee) চিহ্নিত কৰে। কিন্তু আগৰ অলিম্পিক সমূহত বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰ ক’ড ব্যৱহাৰ কৰাৰ উদাহৰণ পোৱা যায়, যেনে বিভিন্ন দেশৰ এথলিটেৰে গঢ়া দল সমূহ, বা এনে দল যি কোন দেশকে পোনপটীয়াকৈ প্ৰতিনিধিত্ব নকৰে।

কিছু সংখক আইঅ’চি সংকেত আদৰ্শ আইঅ’চি ৩১৬৬-১ আলফা-৩ সংকেততকৈ বেলেগ। অন্যান্য ক্ৰীড়া প্ৰতিষ্ঠান, যেনে ফিফা, ফিবা বা কমনৱেলথ গেমছ ফেডাৰেছন আদিয়েও নিজ দলক প্ৰকাশৰ বাবে একেধৰণৰ চমুকৈ দেশৰ বাবে একোটা সংকেত ব্যৱহাৰ কৰে।

ইতিহাস[সম্পাদনা কৰক]

১৯৫৬ চনৰ শীতাকালীন অলিম্পিক আৰু ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকতে পোন প্ৰথম বাৰৰ বাবে দেশসমূহৰ নামৰ প্ৰথম তিনিটা আখৰেৰে ( বা আন সুবিধাজনক আখৰেৰে) প্ৰকাশিত অলিম্পিকৰ প্ৰতিবেদন সমূহত লিখাৰ ব্যৱস্থা কৰা হয়।[1]পিছে,এই ৰাষ্ট্ৰ ক’ড বিলাক আয়োজক দেশৰ ভাষাৰেহে ৰখা হৈছিল (উদাহৰণ স্বৰূপে ১৯৫৬ চনৰ শীতাকালীন অলিম্পিক আৰু ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত জাপানৰ ক’ড আছিল GIA, কাৰণ এই দুই অলিম্পিক ইটালীত অনুষ্ঠিত হৈছিল আৰু ইটালীয় ভাষাত জাপানক Giappone বুলি কোৱা হয়, তেনেদৰে ফৰাছী ভাষাত কোৰিয়াৰ নাম Corée হোৱাৰ বাবে ইয়াৰ ক’ড COR ৰখা হৈছিল। )১৯৭২ চনৰ শীত অলিম্পিকলৈ এই ক’ড সমূহ আদৰ্শীকৰণ কৰি বৰ্তমান ৰূপলৈ অনা হয়, যদিও পিছলৈ সালসলনি নোহোৱা নহয়। তাৰপৰি চোভিয়েত ইউনিয়নৰ বিভাজন,জাৰ্মানীৰ বিভাজন আৰু একীকৰণ, যুগোশ্লাভিয়াৰ খণ্ডিতকৰণ, ছেক্শ্লা্ভাকিয়াৰ বিভাজন আৰু বহুতো ভৌগোলিক পূণৰ্নামকৰণ ইত্যাদিৰ বাবে এই ৰাষ্ট্ৰক’ড সমূহ সময়ে সময়ে সলনি কৰিব লগা হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰায় দুশ “ জাতীয় অলিম্পিক সমিতি” সমিতিৰ এই তালিকা খনৰ বাহিৰেও, জাতীয় পাৰা-অলিম্পিক সমিতি সমূহকো আন্তৰ্জাতিক অলিম্পিক সমিতিৰ আদৰ্শীকৃত ৰাষ্ট্ৰক’ডৰ প্ৰয়োজন হয়। মাকাও আৰু ফেৰ’ দেশৰ ক’ড হ’ল ক্ৰমে MAC আৰু FRO।[2][3]

বৰ্তমান ৰাষ্ট্ৰীয় অলিম্পিক কমিটিসমূহ (এনঅ’চি)[সম্পাদনা কৰক]

বৰ্তমান অলিম্পিক মুভমেণ্টৰ মাজত ২০৪টা এনঅ’চি (ৰাষ্ট্ৰীয় অলিম্পিক কমিটি) আছে। তলৰ টেবুলখনত IOC ৰ আধিকাৰিক প্ৰতিবেদন অনুসৰি, প্ৰত্যেক অলিম্পিক সমিতিৰ নামেৰে সৈতে বৰ্তমান ব্যৱহাৰ হোৱা ক’ডসমূহ আৰু লগতে আগতে ব্যৱহাৰ হোৱা আন ক’ড ( যদি আছে), IOC ৰ আধিকাৰিক প্ৰতিবেদন অনুসৰি সন্নিৱিষ্ট কৰা হৈছে। কিছুমান আগতে ব্যৱহাৰ ক’ডৰ সবিশেষ পিছৰ শাখা বিলাকত দিয়া হৈছে। কেৱল কোনো গ্ৰীষ্ম (Summer Games) বা শীতকালীন অলিম্পিকৰ (Winter Games) বাবে ব্যৱহাৰ হোৱা ক’ড সমূহ ক্ৰমে "S" আৰু "W" ৰে সুচিত কৰা হৈছে।

সূচক: A B C D E F G H I J K L M N O P Q R S T U V Y Z

A[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
AFG [1]  আফগানিস্তান
ALB [2]  আলবেনিয়া
ALG [3]  আলজেৰিয়া AGR (1964), AGL (1968 S)
AND [4]  আন্দৰা
ANG [5]  আংগলা
ANT [6]  নেডাৰলেণ্ডচ এনটাইল্লেচ
ARG [7]  আৰ্জেণ্টিনা
ARM [8]  আৰ্মেনিয়া
ARU [9]  আৰুবা
ASA [10]  আমেৰিকান চমোৱা
AUS [11]  অষ্ট্ৰেলিয়া AUT (1956 W)
AUT [12]  অষ্ট্ৰিয়া AUS (1956 W)
AZE [13]  আজেৰবাইজান

B[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
BAH [14]  বাহামাছ
BAN [15]  বাংলাদেশ
BAR [16]  বাৰ্বাড'ছ BAD (1964)
BDI [17]  বুৰুণ্ডী
BEL [18]  বেলজিয়াম
BEN [19]  বেনিন DAY (1964), DAH (1968–1976)
BER [20]  বাৰ্মুদা
BHU [21]  ভূটান
BIH [22]  বচনিয়া আৰু হাৰজেগ’ভিনা BSH (1992 S)
BIZ [23]  বেলাইজ HBR (1968–1972)
BLR [24]  বেলাৰুছ
BOL [25]  বলিভিয়া
BOT [26]  বৎচোৱানা
BRA [27]  ব্ৰাজিল
BRN [28]  ব্ৰুণেই
BRU [29]  ব্ৰুণেই
BUL [30]  বুলগেৰিয়া
BUR [31]  বাৰ্কিনা ফাছো VOL (1972–1984)

C[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
CAF [32]  চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক AFC (1968)
CAM [33]  কম্বোডিয়া CAB (1964), KHM (1972–1976)
CAN [34]  কানাডা
CAY [35]  কেমেন দ্বীপপুঞ্জ
CGO [36]  কংগো
CHA [37]  চাদ CHD (1964)
CHI [38]  চিলি CIL (1956 W, 1960 S)
CHN [39]  চীন
CIV [40]  আইভৰি ক’ষ্ট IVC (1964), CML (1968)
CMR [41]  কেমেৰুন
COD [42]  কংগো গণৰাজ্য COK (1968), ZAI (1972–1996)
COK [43]  কুক দ্বীপসমূহ
COL [44]  কলম্বিয়া
COM [45]  কম'ৰছ
CPV [46]  কেপ ভাৰ্ডে
CRC [47]  কষ্টা ৰিকা COS (1964)
CRO [48]  ক্ৰয়েছিয়া
CUB [49]  কিউবা
CYP [50]  চাইপ্ৰাছ
CZE [51]  চেক গণৰাজ্য

D[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
DEN [52]  ডেনমাৰ্ক DAN (1960 S, 1968 W), DIN (1968 S)
DJI [53]  দীজিবৌটি
DMA [54]  ডমিনিকা
DOM [55]  ডমিনিকান গণৰাজ্য

E[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
ECU [56]  ইকুৱেডৰ
EGY [57]  ইজিপ্ত RAU (1960, 1968), UAR (1964)
ERI [58]  এৰিট্ৰিয়া
ESA [59]  এল চালভাড’ৰ SAL (1964–1976)
ESP [60]  স্পেইন SPA (1956–1964, 1968 W)
EST [61]  এষ্ট’নিয়া
ETH [62]  ইথিঅ'পিয়া ETI (1960, 1968)

F[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
FIJ [63]  ফিজি FIG (1960)
FIN [64]  ফিনলেণ্ড
FRA [65]  ফ্ৰান্স
FSM [66]  মাইক্ৰ’নেছিয়া যুক্তৰাজ্য

G[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
GAB [67]  গেবন
GAM [68]  গাম্বিয়া
GBR [69]  গ্ৰেট ব্ৰিটেইন GRB (1956 W–1960), GBI (1964)
GBS [70]  গুইনিয়া-বিচ্চাও
GEO [71]  জৰ্জিয়া
GEQ [72]  বিষুৱীয় গিনি
GER [73]  জাৰ্মানী ALL (1968 W), ALE (1968 S)
GHA [74]  ঘানা
GRE [75]  গ্ৰীচ
GRN [76]  গ্ৰেনেডা
GUA [77]  গুৱেটমালা GUT (1964)
GUI [78]  গুইনিয়া
GUM [79]  গুৱাম
GUY [80]  গুৱানা GUA (1960), GUI (1964)

H[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
HAI [81]  হাইটি
HKG [82]  হংকং HOK (1960–1968)
HON [83]  হন্দুৰাছ
HUN [84]  হাংগেৰী UNG (1956 W, 1960 S)

I[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
INA [85]  ইণ্ডোনেছিয়া INS (1960)
IND [86]  ভাৰত
IRI [87]  ইৰান IRN (1956–1988), IRA (1968 W)
IRL [88]  আয়াৰলেণ্ড
IRQ [89]  ইৰাক IRK (1960, 1968)
ISL [90]  আইচলেণ্ড ICE (1960 W, 1964 S)
ISR [91]  ইজৰাইল
ISV [92]  ভাৰ্জিন দ্বীপপুঞ্জ
ITA [93]  ইটালী
IVB [94]  ব্ৰিটিছ ভাৰ্জিন দ্বীপসমূহ

J[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
JAM [95]  জামাইকা
JOR [96]  জৰ্ডান
JPN [97]  জাপান GIA (1956 W, 1960 S), JAP (1960 W)

K[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
KAZ [98]  কাজাখাস্তান
KEN [99]  কেনিয়া
KGZ [100] [[File:|22x20px|border |alt=|link=]] কিৰগিজস্তান
KIR [101]  কিৰিবাছ
KOR [102]  দক্ষিণ কোৰিয়া COR (1956 W, 1960 S, 1968 S, 1972 S)
KSA [103]  চৌদি আৰৱ ARS (1968–1976), SAU (1980–1984)
KUW [104]  কুৱেইট

L[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
LAO [105]  লাউচ
LAT [106]  লাটভিয়া
LBA [107]  লিবিয়া LYA (1964), LBY (1968 W)
LBR [108]  লাইবেৰিয়া
LCA [109]  ছেইণ্ট লুছিয়া
LES [110]  লেছথ’
LIB [111]  লেবানন LEB (1960 W, 1964 S)
LIE [112]  লাইচটেনষ্টাইন LIC (1956 W, 1964 S, 1968 W)
LTU [113]  লিথুৱানিয়া LIT (1992 W)
LUX [114]  লাক্সেমবাৰ্গ

M[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
MAD [115]  মাদাগাস্কাৰ MAG (1964)
MAR [116]  মৰক্কো MRC (1964)
MAS [117]  মালেয়েছিয়া MAL (1964–1988)
MAW [118]  মালাৱী
MDA [119]  মলডভা MLD (1994)
MDV [120]  মালদ্বীপ
MEX [121]  মেক্সিকো
MGL [122]  মংগোলিয়া MON (1968 W)
MHL [123]  মাৰ্ছাল দ্বীপপুঞ্জ
MKD [124]  মেছেদনীয়া
MLI [125]  মালি
MLT [126]  মালটা MAT (1960–1964)
MNE [127]  মণ্টেনেগ্ৰ
MON [128]  মনাকো
MOZ [129]  মজাম্বিক
MRI [130]  মৰিছাছ
MTN [131]  মৌৰিতানিয়া
MYA [132]  ম্যানমাৰ BIR (1960, 1968–1988), BUR (1964)

N[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
NAM [133]  নামিবিয়া
NCA [134]  নিকাৰাগুৱা NCG (1964), NIC (1968)
NED [135]  নেডাৰলেণ্ড OLA (1956 W), NET (1960 W), PBA (1960 S), NLD (1964 S), HOL (1968–1988)
NEP [136]  নেপাল
NGR [137]  নাইজেৰিয়া NGA (1964)
NIG [138]  নাইজাৰ NGR (1964)
NOR [139]  নৰৱে
NRU [140]  নাউৰু
NZL [141]  নিউজিলেণ্ড NZE (1960, 1968 W)

O[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
OMA [142]  ওমান

P[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
PAK [143]  পাকিস্তান
PAN [144]  পানামা
PAR [145]  পাৰাগুৱে
PER [146]  পেৰু
PHI [147]  ফিলিপাইন FIL (1960, 1968)
PLE [148]  পেলেষ্টাইন
PLW [149]  পালাউ
PNG [150]  পাপুৱা নিউগিনি NGY (1976–1980), NGU (1984–1988)
POL [151]  পোলেণ্ড
POR [152]  পৰ্তুগাল
PRK [153]  উত্তৰ কোৰিয়া NKO (1964 S, 1968 W), CDN (1968)
PUR [154]  পুৱেৰ্ট’ ৰিক’ PRI (1960), PRO (1968)

Q[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
QAT [155]  কাটাৰ

R[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
ROU [156]  ৰোমানিয়া ROM (1956–1960, 1972–2006), RUM (1964–1968)
RSA [157]  দক্ষিণ আফ্ৰিকা SAF (1960–1972)
RUS [158]  ৰাছিয়া
RWA [159]  ৰুৱাণ্ডা

S[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
SAM [160]  চামোৱা
SEN [161]  ছেনেগাল SGL (1964)
SEY [162]  ছেচেল্লেচ
SIN [163]  ছিংগাপুৰ
SKN [164]  ছেইণ্ট কিট্টিচ আৰু নেভিচ
SLE [165]  ছিয়েৰা লিয়ন SLA (1968)
SLO [166]  শ্ল’ভেনিয়া
SMR [167]  ছান মাৰিণ' SMA (1960–1964)
SOL [168]  চল’মন দ্বীপপুঞ্জ
SOM [169]  ছোমালিয়া
SRB [170]  ছাৰ্বিয়া
SRI [171]  শ্ৰীলংকা CEY (1960–1972)
STP [172]  চাও টম আৰু প্ৰিন্সিপ
SUD [173]  ছুদান
SUI [174]  ছুইজাৰলেণ্ড SVI (1956 W, 1960 S), SWI (1960 W, 1964 S)
SUR [175]  ছুৰিনাম
SVK [176]  শ্ল'ভাকিয়া
SWE [177]  ছুইডেন SVE (1956 W, 1960 S), SUE (1968 S)
SWZ [178]  স্বাজিলেণ্ড
SYR [179]  ছিৰিয়া RAU (1960), SIR (1968)

T[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
TAN [180]  তাঞ্জানিয়া
TGA [181]  টংগা TON (1984)
THA [182]  থাইলেণ্ড
TJK [183]  তাজিকিস্তান
TKM [184]  তুৰ্কমেনিস্তান
TLS [185]  টিমুৰ লেষ্টে IOA (Individual Olympic Athletes, 2000)
TOG [186]  তগ’
TPE [187]  চাইনিজ টাইপেই[4] RCF (1960), TWN (1964–1968), ROC (1972–1976)
TRI [188]  ট্ৰিনিদাদ আৰু ট'বেগ'‎ TRT (1964–1968)
TUN [189]  তুনিছিয়া
TUR [190]  তুৰস্ক
TUV [191]  টুভালু

U[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
UAE [192]  সংযুক্ত আৰৱ আমিৰাত
UGA [193]  উগাণ্ডা
UKR [194]  ইউক্ৰেইন
URU [195]  উৰুগুৱে URG (1968)
USA [196]  আমেৰিকা যুক্তৰাষ্ট্ৰ SUA (1960 S), EUA (1968 S)
UZB [197]  উজবেকিস্তান

V[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
VAN [198]  ভানুৱাটু
VEN [199]  ভেনিজুৱেলা
VIE [200]  ভিয়েটনাম VET (1964), VNM (1968–1976)
VIN [201]  ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাদাইনছ

Y[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
YEM [202]  য়েমেন

Z[সম্পাদনা কৰক]

দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
ZAM [203]  জাম্বিয়া NRH (1964)
ZIM [204]  জিম্বাৱৱে RHO (1960–1972)

ঐতিহাসিক " জাতীয় অলিম্পিক সমিতি" আৰু দলসমূহ[সম্পাদনা কৰক]

এতিয়ালৈকে ব্যৱহাৰ হৈ থকা ক'ডসমূহ[সম্পাদনা কৰক]

১৩টা ঐতিহাসিক " জাতীয় অলিম্পিক সমিতি" আৰু দলৰ ক'ড বিলাক IOC য়ে এতিয়াও তেওঁলোকৰ ফলফলৰ তথ্যভাণ্ডাৰত ব্যৱহাৰ কৰি আহিছে।[5] যাতে সেইসময়ত পদক পোৱা লোকসকলৰ কথা সঠিক ভাৱে উল্লেক খৰিব পাৰি।

Code Nation/Team Other codes used
AHO  নেডাৰলেণ্ডচ এনটাইল্লেচ
ANZ অষ্ট্ৰেলেছিয়া
BOH  বহেমিয়া
BWI ব্ৰিটিছ ৱেষ্ট ইণ্ডিছ ANT (1960, 1968), WID (1964)
EUA জাৰ্মানী Unified Team of Germany GER (1956–1964)
EUN আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি Unified Team
FRG  পশ্চিম জাৰ্মানী ALL (1968 W), ALE (1968 S), GER (1972–1976)
GDR  পূব জাৰ্মানী ADE (1968)
SCG  ছাৰ্বিয়া আৰু মণ্টেনিগ্ৰো YUG (1996 S-2002 W)
TCH  চেক’শ্লভাকিয়া CSL (1956 W), CZE (1960 W), CSV (1960 S), CZS (1964 S), CHE (1968 S)
URS  ছ'ভিয়েট সংঘ SOV (1968 W)
YUG  য়ুগোশ্লভিয়া JUG (1956–1960, 1968 W), YUS (1964 S)
ZZX আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি Mixed teams
===Obsolete codes===
সংকেত ৰাষ্ট্ৰ (NOC) বছৰসমূহ Notes
BIR  বাৰ্মা ১৯৪৮–১৯৮৮ বৰ্তমানৰ  ম্যানমাৰ (MYA)
CEY  চেলন ১৯৪৮–১৯৭২ বৰ্তমানৰ  শ্ৰীলংকা (SRI)
DAH  দাহ’মে ১৯৬৪–১৯৭৬ বৰ্তমানৰ  বেনিন (BEN)
HBR  ব্ৰিটিছ অন্দুৰাছ ১৯৬৮–১৯৭২ বৰ্তমানৰ  বেলাইজ (BIZ)
KHM খেমাৰ প্ৰজাতন্ত্ৰ ১৯৭২–১৯৭৬ বৰ্তমানৰ  কম্বোডিয়া (CAM)
MAL  মালায়া ১৯৫৬–১৯৬০ Competed independently prior to the formation of Malaysia in ১৯৬৩
বৰ্তমানৰ  মালেয়েছিয়া (MAS)
NBO  উত্তৰ বোৰ্নিঅ’ ১৯৫৬
NRH  উত্তৰ ৰ’দিছিয়া ১৯৬৪ বৰ্তমানৰ  জাম্বিয়া (ZAM)
RAU  সংযুক্ত আৰৱ গণৰাজ্য ১৯৬০ বৰ্তমানৰ  ইজিপ্ত (EGY)
and  ছিৰিয়া (SYR)
RHO  ৰ’দিছিয়া ১৯৬০–১৯৭২ বৰ্তমানৰ  জিম্বাৱৱে (ZIM)
ROC  চীন প্ৰজাতন্ত্ৰ ১৯৩২–১৯৭৬ বৰ্তমানৰ competing under the name ' চাইনিজ টাইপেই (TPE)'
SAA  চাৰ ১৯৫২ Competed independently prior to rejoining  পশ্চিম জাৰ্মানী (FRG) in ১৯৫৭.
UAR  সংযুক্ত আৰৱ গণৰাজ্য ১৯৬৪ বৰ্তমানৰ  ইজিপ্ত (EGY)
VOL  আপাৰ ভল্টা ১৯৭২–১৯৮৪ বৰ্তমানৰ  বাৰ্কিনা ফাছো (BUR)
YAR  উত্তৰ য়েমেন ১৯৮৪–১৯৮৮ Competed independently prior to Yemeni unification in ১৯৯০.
বৰ্তমানৰ  য়েমেন (YEM)
YMD  দক্ষিণ য়েমেন ১৯৮৮
ZAI  জাইৰে ১৯৭২–১৯৯৬ বৰ্তমানৰ  কংগো গণৰাজ্য (COD)
  —  ব্ৰিটিছ গায়ানা ১৯৪৮–১৯৬৪ বৰ্তমানৰ  গুৱানা (GUY)
  —  গল্ড ক'ষ্ট ১৯৫২ বৰ্তমানৰ  ঘানা (GHA)

IOC য়ে কোনো ৰাষ্ট্ৰৰ পদনাম সলনি কৰা বাবে প্ৰয়োজন হোৱা দুটা উল্লেখযোগ্য ক'ড পৰিৱৰ্তন হ'ল:

  • ১৯৯২ অলিম্পিকত, হলেণ্ডৰ নাম নেদাৰলেণ্ড ঘোষণা কৰা বাবে . HOL পৰিবৰ্তিত কৰি NED কৰা হয়।
  • ইৰাণৰ নাম Islamic Republic of Iran' হোৱা বাবে IRN সলাই ইৰাণৰ ক'ড IRI কৰা হয়, ১৯৯২ পিছৰ পৰা।

বিশেষ সংকেতসমূহ[সম্পাদনা কৰক]

  • ANZ: ১৯০৮ আৰু ১৯১২ চনৰ অলিম্পিকত আগৰ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ খেলুৱৈৰে গঠিত অষ্ট্ৰেলেচিয়া নামৰ দলটোৰ ক’ড ANZ আজিকালি IOC ৰ মেডেল তথ্যভাণ্ডাৰত ব্যৱহৃত হয়।[5] to identify the team from Australasia,১৯২০ চনৰ পৰা দুইখন দেশে পৃথক ভাৱে দল পঠিয়াই আহিছে।
  • EUA: IOC ৰ মেডেল তথ্যভাণ্ডাৰত, ১৯৫৬ চনৰ পৰা ১৯৬৪ চনৰ মাজৰ কালছোৱাৰ পশ্চিম জাৰ্মানী আৰু পূব জাৰ্মানীৰ সন্মিলিত দলদুটাক বুজাবলৈ EUA ক’ডটো ব্যৱহাৰ কৰা হয়। এই সয়মছোৱাত হোৱা ছখন আলিম্পিকৰ আধিকাৰিক প্ৰতিবেদন সমূহত এই দলটোত কেৱল' জাৰ্মানী' বুলি জনা গৈছিল।
  • EUN: ১৯৯২ চনৰ শীত আৰু গ্ৰীষ্মকালীন আলিম্পিকত প্ৰাক্তন চোভিয়েত ইউনিয়নৰ প্ৰায়বিলাক দেশ লগলাগি গঠন কৰা দলতোক বুজাবলৈ EUN ক’ড ব্যৱহাৰ কৰা হয়। সেইবাৰ কেৱল বাল্টিক দেশ বিলাকেহে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল। বাকী ১২খন দেশে ১৯৯৪ বা ১৯৯৬ চনৰ পৰাহে সূকীয়াকৈ দল পঠোৱা আৰম্ভ কৰে।
  • IOP:ৰাষ্ট্ৰসংঘৰ নিষিদ্ধকৰণৰ পৰিপ্ৰেক্ষিতত১৯৯২ চনৰ যুগোশ্লাভিয়াৰ খেলুৱৈ সকলে অংশগ্ৰহণ নিজৰ দেশৰ নামত অলিম্পিকত যোগদান কৰিব নোৱাৰিছিল। নোৱাৰিছিল। তেওঁলোকক ‘স্বতন্ত্ৰ অলিম্পিক খেলুৱৈ’ (Independent Olympic Participants) হিচাপে খেলিবৰ অনুমতি দি, তেওঁলোকৰ বাবে IOP ক’ড স্থিৰ কৰা হৈছিল।
  • IOA: ২০০০ চনত ‘টিমৰ লেষ্টে’ (Timor-Leste)ৰ NOC গঠিত নোহোৱা বাবে তেওঁলোকক ব্যক্তিগত অলিম্পিক খেলুৱৈ ( Individual Olympic Participants) হিচাপে IOA ক’ডৰ তলত খৈলিবলৈ অনুমতি দিয়া হৈছিল। এই IOA ২০১২ চনৰ পুনৰ ব্যৱহাৰ কৰা হব। ২০১২ চনত ইয়াৰ অৰ্থ কৰা হব স্বতন্ত্ৰ আলিম্পিক এথলেট ( Independent Olympic Athletes), ইয়াত আগৰ নেডাৰলেণ্ড এণ্টিলেচৰ এথলেট সকলৰ লগতে দক্ষিণ চুডানৰ এজন দৌৰবিদ থাকিব। নেডাৰলেণ্ড এণ্টিলেচৰ আলিম্পিক সমিতিৰ সদস্য পদ যোৱাবছৰ খাৰিজ কৰা হয় আৰু দক্ষিণ চুডানে এতিয়ালৈকে সমিতি গঠন কৰা নাই।
  • IOC:২০১০ চনৰ এচিয়ান গেমচ কুটেইটৰ এথলেট সকলক বুজাবলৈ IOC ক’ড ব্যৱহাৰ কৰা হৈছিল,কাৰণ কুৱেইট অলিম্পিক সমিতিক সেই সময়ছোৱাত বৰ্খাস্ত কৰা হৈছিল।
  • ZZX: নানান দেশৰ মিশ্ৰ এথলেট সকলে লাভ কৰা পদকৰ কথা বুজাবলৈ ZZX ক’ড ব্যৱহাৰ কৰা হয়( যেনে ফ্ৰান্স আৰু ব্ৰিটেইনৰ মিশ্ৰ দল), এনে পৰিস্থিতি ১৮৯৬, ১৯০০ আৰু ১৯০৪ চনত হোৱা দেখা গৈছিল।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Mallon, Bill; Ove Karlsson (May 2004). "IOC and OCOG Abbreviations for NOCs" (PDF). Journal of Olympic History খণ্ড 12 (2): 25–28. Archived from the original on 2010-08-08. https://web.archive.org/web/20100808013149/http://www.la84foundation.org/SportsLibrary/JOH/JOHv12n2/johv12n2l.pdf। আহৰণ কৰা হৈছে: 2008-02-08. 
  2. Faroe Islands
  3. Macau, China
  4. Official name given to the Republic of China for Olympic competition
  5. 5.0 5.1 "Olympic Medal Winners". International Olympic Committee. http://www.olympic.org/uk/athletes/results/search_r_uk.asp। আহৰণ কৰা হৈছে: 2008-02-08. 

অন্যান্য সংযোগসমূহ[সম্পাদনা কৰক]