আদালত (ধাৰাবাহিক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আদালত
Adaalat.png
শৈলী Courtroom drama
লিখক আৰ্চাদ ছায়েদ, ডি.জে.
পৰিচালক ৰাজেন ৱাঘধাৰে, ৰাজেশ ৰানশিংগ
দেশ ভাৰত
ভাষা হিন্দী
শৃংখলাৰ সংখ্যা
প্ৰযোজনা
দৈৰ্ঘ্য ৬০ মিনিট
ষ্টুডিঅ’ Contiloe Entertainment
সম্প্ৰচাৰ
মূল ছেনেল চ'নী টিভি
প্ৰদৰ্শনৰ সময় ২০ নবেম্বৰ ২০১১ – বৰ্তমান


আদালত হ'ল বৰ্তমানেও চ'নী টিভিত দি থকা এখন কৰ্টৰুম ড্ৰামা । কে.ডি. পাঠক নামৰ এজন অধিবক্তাই পদকীয়া অধিবক্তা হিচাপে কাম কৰে; আৰু তেওঁ লোৱা গোচৰসমূহত বৰ্তমানলৈকে পৰাজয় হোৱা নাই । কে.ডি.পাঠকে আদালতৰ জৰিয়তে কেৱল সত্য প্ৰতিষ্ঠা কৰে । তেওঁ কেতিয়াও দোষী মানুহৰ গোচৰ নলয় । চ'নী টিভিত আদালত সপ্তাহত দুদিনকৈ শনিবাৰ আৰু দেওঁবাৰে সন্ধা ৭ বাজি ৩০ মিনিটত সম্প্ৰচাৰ হয় ।

অভিনয় শিল্পী[সম্পাদনা কৰক]

তথ্য সুত্ৰ[সম্পাদনা কৰক]