আলফ্ৰেড ন'বেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা


আলফ্ৰেড ন'বেল
জন্ম আলফ্ৰেড বাৰ্ণাড ন'বেল
২১ অক্টোবৰ, ১৮৩৩
ষ্ট'কহ'ম, চুইডেন
মৃত্যু ১০ ডিচেম্বৰ, ১৮৯৬ (৬৩ বছৰ)
ছেনাৰিম', ইটালী
সমাধিস্থল Norra begravningsplatsen, ষ্ট'কহ'ম
59°21′24.52″N 18°1′9.43″E / 59.3568111°N 18.0192861°E / 59.3568111; 18.0192861
পেচা ৰসায়ানবিদ, অভিযন্তা, উদ্ভাৱক
জনা যায় ডাইনামাইটৰ উদ্ভাৱন, ন'বেল বঁটা
স্বাক্ষৰ


আলফ্ৰেড বাৰ্ণাড ন'বেল (চুইডিছ উচ্চাৰণ: [ˈɑlfred noˈbɛl] এই শব্দটোৰ বিষয়ে listen ; ২১ অক্টোবৰ ১৮৩৩ – ১০ ডিচেম্বৰ ১৮৯৬) এজন চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু অস্ত্ৰ উৎপাদনকাৰী আছিল। তেখেত ডাইনাইটৰ উদ্ভাৱন কৰিছিল। ন'বেলে ব'ফ'ৰ্ছ নামৰ লো আৰু তীখা কাৰখানটো কিনি লৈ তাক টোপ আৰু আন অস্ত্ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিছিল। ন'বেলে প্ৰায় ৩৫০ বিধ সামগ্ৰীৰ পেটেণ্ট লাভ কৰিছিল, সেইবোৰৰ ভিতৰত ডাইনাইট আছিল সকলোতকৈ বিখ্যাত। তেখেতে নিজৰ সম্পত্তিখিনি ন'বেল বঁটা প্ৰতিষ্ঠাৰ হকে দান কৰি যায়। সাংশ্লেষিক মৌল ন'বেলিয়ামক তেখেতৰ নামেৰে নামাকৰণ কৰা হৈছিল। তেখেতৰ নাম আধুনিক কোম্পানী "ডাইনামাইট ন'বেল" আৰু "এজ্‌ক' ন'বেল" আদিত ব্যৱহৃত হয়। সেইকেইটা কোম্পানী ন'বেলে নিজেই প্ৰতিষ্ঠা কৰা কোম্পানীৰেই অন্য ৰূপ।

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

  • Nobel, Alfred Bernhard in the 1911 Encyclopædia Britannica
  • Schück, H, and Sohlman, R., (1929). The Life of Alfred Nobel. London: William Heineman Ltd.
  • Alfred Nobel US Patent No 78,317, dated 26 May 1868
  • Evlanoff, M. and Fluor, M. Alfred Nobel – The Loneliest Millionaire. Los Angeles, Ward Ritchie Press, 1969.
  • Sohlman, R. The Legacy of Alfred Nobel, transl. Schubert E. London: The Bodley Head, 1983 (Swedish original, Ett Testamente, published in 1950).
  • Jorpes, J.E. Alfred Nobel. British Medical Journal, Jan.3, 1959, 1(5113): 1–6.
  • Sri Kantha, S. Alfred Nobel's unusual creativity; an analysis. Medical Hypotheses, April 1999; 53(4): 338–344.
  • Sri Kantha, S. Could nitroglycerine poisoning be the cause of Alfred Nobel's anginal pains and premature death? Medical Hypotheses, 1997; 49: 303–306.

বহিঃ সংযোগ[সম্পাদনা কৰক]

Media related to Alfred Nobel at Wikimedia Commons