আৰ্কিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা


আৰ্কিয়া (Archeabacteria)
জীৱাশ্ম কাল: Paleoarchean or perhaps Eoarchean – Recent
Halobacteria sp. strain NRC-1,
প্ৰতিটো কোষ প্ৰায় ৫ μm দীঘল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Archaea
Woese, Kandler & Wheelis, 1990
জগৎ আৰু পৰ্ব

Crenarchaeota
Euryarchaeota
Korarchaeota
Nanoarchaeota
Thaumarchaeota

আৰ্কিয়া (Listeni/ɑrˈkə/Archaea) হল অণুজীৱ নামৰ কিছুমান এককোষী জীৱৰ এখন অধিজগৎ বা জগৎ। ইহঁত প্ৰকোষকেন্দ্ৰীয় জীৱ, অৰ্থাৎ ইহঁতৰ কোষ কেন্দ্ৰ নাই বা কোষৰ ভিতৰত কোনো ধৰণৰ আৱৰণ যুক্ত অংগাণু নাই।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]