অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া লিপিস্বৰবৰ্ণৰ তৃতীয় আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'ই'ও এটি স্বৰধ্বনি, সেয়েহে 'ই' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ই'-ক এনেদৰে ⠊ (braille pattern dots-24) লিখা যায়।[2]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে আৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ই'ৰ গৌণ প্ৰতীক। 'ই'ৰ এই ৰূপ হ'ল 'ি'।[3] যেনে ক্+ই=কি আদি।

ইউনিক’ড[সম্পাদনা কৰক]

ৰূপ চিহ্ন ইউনিক’ড ক’ড নম্বৰ ইউনিক’ডত বিৱৰণ[4]
স্বতন্ত্ৰ ৰূপ U+0987 U+0987 BENGALI LETTER I
গৌণ ৰূপ ি িU+09BF U+09BF BENGALI VOWEL SIGN I

'ই' পৰা আৰম্ভ হোৱা শব্দ[সম্পাদনা কৰক]

কিছু উদাহৰণ হ'ল :-

  • ইৰাণ
  • ইন্ধন
  • ইয়াক
  • ইমান
  • ইলিছ
  • ইয়াত
  • ইয়াৰ
  • ইহঁত‌
  • এই
  • ইকৰা
  • ইহলোক
  • ইমান
  • ইটা
  • ইফালে
  • ইকাণ আদি।

ই-কাৰ যুক্ত শব্দৰ উদাহৰণ[সম্পাদনা কৰক]

  • কি
  • নিশা
  • বিমান
  • চিন
  • ভিন
  • সি
  • ঠিক
  • শিবিৰ
  • চিনাক্ত
  • কিমান
  • ঘিলামৰা
  • ঠিকনা
  • মিত্ৰতা
  • চিন্তা
  • ধিক্কাৰ
  • বিভিন্ন
  • ঘিলা
  • কিন্তু
  • চিলাৰায়
  • দিয়া
  • হিন্দু
  • বিশ্বনাথ
  • ৱিকিপিডিয়া
  • যিমান
  • ছিৰাজ
  • নিৰ্মাণ
  • মিত্ৰ
  • বিশ্ব
  • পৃথিৱী আদি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org search result of স্বৰবৰ্ণ
  2. World Braille Usage, UNESCO, 2013
  3. http://xobdo.org/article/L0103
  4. বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)