ইউনাইটেড পিপুলছ পাৰ্টী অৱ আছাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ইউনাইটেড পিপুলছ পাৰ্টী ( UPPA) ভাৰতঅসম ৰাজ্যৰ এটা ৰাজনৈতিক দল আছিল। ইউ পি পি এ অসম গণ পৰিষদৰ এটা মিত্ৰ দল আছিল আৰু ই অগপ নেতৃত্বাধীন অসম চৰকাৰৰ অংশীদাৰ দল আছিল। ২০০০ চনৰ ১৭ ডিচেম্বৰত এই দলটো সমাজবাদী পাৰ্টীৰ সৈতে চামিল হয়।