অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া লিপিস্বৰবৰ্ণৰ পঞ্চম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'উ'ও এটি স্বৰধ্বনি, সেয়েহে 'উ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'উ'-ক এনেদৰে ⠥ (braille pattern dots-136) লিখা যায়।[2]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'উ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'উ'ৰ গৌণ প্ৰতীক। 'উ'ৰ এই ৰূপ হ'ল 'ু'।[3] যেনে ক্+উ=কু আদি।

ইউনিক’ড[সম্পাদনা কৰক]

ৰূপ চিহ্ন ইউনিক’ড ক’ড নম্বৰ ইউনিক’ডত বিৱৰণ[4]
স্বতন্ত্ৰ ৰূপ U+0989 U+0989 BENGALI LETTER U
গৌণ ৰূপ U+09C1 U+09C1 BENGALI VOWEL SIGN U

'উ'ৰ পৰা আৰম্ভ হোৱা শব্দ[সম্পাদনা কৰক]

কিছু উদাহৰণ হ'ল :---

  • উঁই
  • উত্তৰ
  • উঁহ
  • উক
  • উত্তৰ প্ৰদেশ
  • উদাহৰণ
  • উপন্যাস
  • উপৰি
  • উজনি
  • উপায়
  • উক্ত
  • উঠি
  • উগ্ৰ
  • উগ্ৰপন্থী
  • উন্নয়নশীল
  • উত্তৰ-পূব
  • উচ্চ
  • উচ্চতৰ
  • উমঘাম
  • উচ্চমান
  • উত্থান
  • উপৰিও
  • উপনিষদ
  • উত্থাপন
  • উকট্-পাকট্
  • উকিল আদি।

উ-কাৰ যুক্ত শব্দৰ উদাহৰণ[সম্পাদনা কৰক]

  • ধুনীয়া
  • দুৰ্গম
  • ভুল
  • চুটি
  • কুমাৰ
  • তুমি
  • চুটিগল্প
  • জুন
  • মুঠ
  • বুলি
  • ভুমিকা
  • বুদ্ধ
  • ফুল
  • মুখ্য
  • মুগা
  • ঢুলীয়া
  • কুৰি
  • খুলীয়া
  • টুচু
  • যুৰীয়া আদি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org search result of স্বৰবৰ্ণ
  2. World Braille Usage, UNESCO, 2013
  3. ডেকা আৰু ডেকাৰ 'ৰচনা সঞ্চয়ন'ৰ পৃষ্ঠা ৫
  4. বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)