উইলিয়াম বাৰোজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উইলিয়াম বাৰোজ
জন্ম William Seward Burroughs II
ফেব্ৰুৱাৰী ৫, ১৯১৪
St. Louis, Missouri, U.S.
মৃত্যু আগষ্ট ২, ১৯৯৭ (৮৩ বছৰ)
Lawrence, Kansas, U.S.
ছদ্মনাম William Lee
পেচা Author
ধৰণ Satire, paranoid fiction
সাহিত্যিক বিপ্লৱ Beat Generation, Postmodernism
উল্লেখনীয় কৰ্মৰাজী Naked Lunch (1959)
দাম্পত্যসংগী Ilse von Klapper (1937–1946)
Joan Vollmer (1946–1951)
সন্তান William S. Burroughs, Jr.
আত্মীয়-স্বজন William Seward Burroughs I, grandfather
Ivy Lee, maternal uncle



স্বাক্ষৰ

উইলিয়াম বাৰোজ (ইংৰাজী: William Burroughs) আমেৰিকাৰ বিট আন্দোলনৰ চুটিগল্পকাৰ আৰু উপন্যাসিক। তেওঁৰ জন্ম ১৯১৪ চনৰ ৫ ফেব্ৰুৱাৰীত। মৃত্যু ১৯৯৭ চনৰ ২ আগষ্ট।

সাহিত্যকৃতি[সম্পাদনা কৰক]

  • জাংকি
  • কুইয়াৰ
  • নেকেড লাঞ্চ
  • দি চফ্ট মেচিন
  • দি টিকেট দ্যাট এক্সপ্লোডেড
  • ডেড ফিংগাৰ্ছ টক
  • নোভা এক্সপ্ৰেছ
  • দি লাষ্ট ৱৰ্ডছ অফ ডাচ শাল্টছ
  • দি ৱাইল্ড বয়জ
  • পোৰ্ট অফ চেইন্টস
  • ক্ৰটিক অফ দি ৰেড নাইটছ্
  • দি প্লেচ অফ ডেড ৰোডছ্‌
  • দি ৱেষ্টাৰ্ণ লেণ্ডছ্‌
  • মাই এডুকেছন: এ বুক অফ ড্ৰিমছ
  • ৰুলছ্‌ অফ ডুৱেল



লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • অ্যান চাৰ্লছ: পোৰ্টেবল বিট ৰিডাৰ
  • জন গিলমোৰ: এ মেমোয়ৰ অফ ৰেক্ড লাইভস এণ্ড দি হলিউড ডেথ ট্ৰেপ
  • অলিভাৰ হেৰিছ: উইলিয়াম এচ বাৰোজ এণ্ড দি চিক্ৰেট অফ ফে'চিনেছন
  • বে'ৰী মাইলছ: উইলিয়াম বাৰোজ
  • জেক চাৰ্জেন্ট: নেকেড লেন্স--বিট সিনেমা
  • ডেভিস চিণ্ডলাৰমান: ৰিটেকিং দি ইউনিভাৰ্ছ--উইলিয়াম এচ বাৰোজ ইন দি এজ অফ গ্লোবালাইজেচন
  • মাইকেল ষ্টিভেন্‌ছ: দি ৰোড টু ইনটাৰজোন--ৰিডিং উইলিয়াম এচ বাৰোজ
  • টেড মৰগ্যান: লিটেৰাৰি আউটল
  • জেমছ্‌ গ্ৰানিয়াৰহল্টস: ৱৰ্ড ভাইৰাছ--দি বাৰোজ ৰিডাৰ

বাহ্যিক সংযোগ[সম্পাদনা কৰক]