এভাৰিষ্ট গেল'ৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


Évariste Galois

জন্ম অক্টোবৰ ২৫, ১৮১১
Bourg-la-Reine, French Empire
মৃত্যু মে' ৩১, ১৮৩২ (২০ বছৰ)
Paris, Kingdom of France
জাতীয়তা French
ক্ষেত্ৰ Mathematics
জনা যায় Work on the theory of equations and Abelian integrals
Signature

এভাৰিষ্ট গেল'ৱা (French: [evaʁist ɡaˈlwa]) (২৫ অক্টোবৰ ১৮১১-৩১ মে' ১৮৩২) এগৰাকী ফ্ৰান্সগণিতজ্ঞ আছিল আৰু তেওঁৰ জন্ম হৈছিল ব'ৰ্গ-লা-ৰেইনত। কৈশোৰ অৱস্থাতেই তেওঁ বহুপদ ৰাশিৰ সমীকৰণ এটা n-তম্ মূলকৰ দ্বাৰা সমাধানৰ আৱশ্যকীয় আৰু পৰ্যাপ্ত চৰ্ত নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ জৰিয়তে গণিতশাস্ত্ৰৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰো ওৰ পেলাইছিল। তেওঁৰ অৱদানে গেল'ৱা তত্ব(ইংৰাজী:Galois theory) আৰু সঙ্ঘ তত্ব(ইংৰাজী:group theory) ৰ ভেঁটি গঠন কাৰিছিল- যি দুটা হৈছে abstract algebra-ৰ দুটা মুখ্য শাখা আৰু Galois connection ৰ উপক্ষেত্ৰ। "বিন্যাস(ইংৰাজী:permutation)"ৰ group-ক বুজাবলৈ গণিতশাস্ত্ৰত কাৰিকৰী পদ ৰূপে "group" শব্দৰ ব্যৱহাৰ তেওঁৱেই পোন-প্ৰথমে কৰিছিল। ফ্ৰান্সৰ ৰজা লুইছ ফিলিপৰ ৰাজত্ব কালৰ এজন radical Republican গেল'ৱাৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু হৈছিল duelএখনত হোৱা আঘাতৰ ফলত- মাত্ৰ ২০ বছৰ বয়সত।[1]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Stewart, J., et al. Algebra and Trigonometry. p. 334.