এশিঙীয়া গঁড়
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| এশিঙীয়া গঁড় | |
|---|---|
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| জগৎ/ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| শ্ৰেণী: | Mammalia |
| বৰ্গ: | Perissodactyla |
| পৰিয়াল: | Rhinocerotidae |
| গণ: | Rhinoceros |
| প্ৰজাতি: | R. unicornis |
| বৈজ্ঞানিক নাম | |
| Rhinoceros unicornis |
|
গঁড় এটি স্তন্যপায়ী জন্তু; সকলো গঁড়েই লুপ্তপ্ৰায় প্ৰাণী৷[1] ইয়াক একচৰ, একশৃংগ, খড়্গী আদি নামেৰেও জনা যায়। পৃথিৱীত বৰ্তমান ৩০০০ মানহে গঁড় আছে আৰু ইয়াৰে প্ৰায় ২০০০ অসমত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়।[2]
সূচী |
দৈহিক গঠন [সম্পাদনা কৰক]
আচৰণ [সম্পাদনা কৰক]
স্থিতি তথা সংৰক্ষণ [সম্পাদনা কৰক]
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ Xobdo.orgত সন্নিবিষ্ট অৰ্থৰ পৰা
- ↑ Sarma, P.K., Talukdar, B.K., Sarma, K., Barua, M. (2009) Assessment of habitat change and threats to the greater one-horned rhino (Rhinoceros unicornis) in Pabitora Wildlife Sanctuary, Assam, using multi-temporal satellite data. Pachyderm No. 46 July–December 2009: 18–24.
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘এশিঙীয়া গঁড়’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- এশিঙীয়া গঁড়ৰ বিষয়ে দ্য চানডে ইণ্ডিয়ান ৱেবছাইটত সন্নিবিষ্ট তথ্য
- The Rhino Resource Center
- International Rhino Foundation: Greater One-Horned Rhino (Rhinoceros unicornis)
- Nepal Rhino Conservation
- Indian Rhino in Kaziranga National Park Official website
- TheBigZoo.com: Greater Indian Rhinoceros
- Indian Rhino page at AnimalInfo.org
- Indian Rhinoceros page at nature.ca
- Page Rhinocéros indien à nature.ca
- Indian Rhinoceros page at UltimateUngulate.com
- Images, videos and information on the Indian Rhinoceros
- Asian Rhino Foundation
- Indian army to help prevent rhino poaching