অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া লিপিস্বৰবৰ্ণৰ নৱম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'ঊ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঊ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ঐ এটা দ্বিস্বৰ, ঐ=অ+ই।[2] ব্ৰেইল্ত 'ঐ'-ক এনেদৰে ⠌ (braille pattern dots-34) লিখা যায়।[3]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঐ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঐ'ৰ গৌণ প্ৰতীক। 'ঐ'ৰ এই ৰূপ হ'ল 'ৈ'।[4] যেনে - ক্+ঐ=কৈ আদি।

ইউনিক’ড[সম্পাদনা কৰক]

ৰূপ চিহ্ন ইউনিক’ড ক’ড নম্বৰ ইউনিক’ডত বিৱৰণ[5]
স্বতন্ত্ৰ ৰূপ U+0990 U+0990 BENGALI LETTER AI
গৌণ ৰূপ U+09C8 U+09C8 BENGALI VOWEL SIGN AI

'ঐ'ৰ পৰা আৰম্ভ হোৱা শব্দ[সম্পাদনা কৰক]

কিছু উদাহৰণ হ'ল :-

  • ঐনিতম
  • ঐৰাৱত
  • ঐক্য
  • ঐকতান
  • ঐচ্ছিক
  • ঐকাত্ম্য
  • ঐক্যমত
  • ঐক্যবদ্ধ

আদি।

ঐ-কাৰ যুক্ত শব্দৰ উদাহৰণ[সম্পাদনা কৰক]

  • নৈ
  • বৈৰাগ্য
  • বৈ
  • হৈ
  • লৈ
  • বৈষ্ণৱ
  • সৈনিক
  • পৈ
  • দৈৱকী
  • থৈ
  • ৰৈ
  • মৈ
  • কৈ আদি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org search result of স্বৰবৰ্ণ
  2. ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ অসমীয়া বৰ্ণমালা-- স্বৰবৰ্ণৰ মতে
  3. World Braille Usage, UNESCO, 2013
  4. ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫
  5. বাংলা ইউনিক’ড তালিকা (পি.ডি.এফ.)