কনকলাল বৰুৱা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা

কনকলাল বৰুৱা সাহিত্যিক আৰু বুৰঞ্জীবিদ৷ ১৮৭২ চনৰ ১৬ ডিচেম্বৰত জন্ম৷ ১৯২৯ চনত বিধান সভালৈ নিৰ্বাচিত হৈ মন্ত্ৰীত্ব পদ লাভ কৰে৷ ব্ৰিটিছ চৰকাৰৰ ৰায়বাহাদুৰ উপাধি লাভ কৰিছিল৷ কিছুকাল জোনাকী আলোচনীৰ সম্পাদক আছিল৷ জাৰ্ণেল অব দা আছাম ৰিছাৰ্চ ছ'চাইটিৰ প্ৰকাশক আৰু সম্পাদক আছিল৷ ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়৷ প্ৰকাশিত গ্ৰন্থ: আৰ্লি হিষ্টৰী অব কামৰূপ৷ ১৯৪০ চনৰ ১৮ জানুৱাৰীত মৃত্যু৷


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি