কনিয়স্কভলা
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
কনিয়স্কভলা (Końskowola, আধব [kɔɲskɔ'vɔla]) পোলেণ্ড দেশৰ দক্ষিণ-পূৰ অঞ্চলৰ এখন গাওঁ। ই পুলাৱে আৰু কুৰৌ মাজত কুৰৌকা নদীৰ পাৰত অৱষ্ঠিত। ই এখন পৃথক গ্লিমা-ৰ ৰাজধানী আৰু ইয়াত প্ৰায় ২১৮৮ (২০০৪চনৰ সমিক্ষা) বাসিন্দা আছে॥