কল্পনা লাজমী

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
কল্পনা লাজমী
জন্ম ১৯৫৪
পেচা চলচ্চিত্ৰ নিৰ্দেশেকা, প্ৰযোজিকা, পটকথা লিখক

কল্পনা লাজমী (জন্ম ১৯৫৪) ভাৰতীয় চলচ্চিত্ৰ নিৰ্দেশেকা, প্ৰযোজিকা, আৰু পটকথা লিখক। স্বকীয় শৈলীত নিৰ্মিত তেখেতৰ চিনেমাবোৰ বাস্তবমুখী আৰু কম বাজেটৰ যাক ভাৰতত তথাকথিত "আৰ্ট ফিল্ম" বোলা যায়। সাধাৰণতে তেখেতৰ চিনেমাবোৰ নাৰী সম্পৰ্কীয় বিষয় লৈ নিৰ্মিত। লাজমী ডঃ ভূপেন হাজৰিকাৰ অত্যন্ত ঘনিষ্ঠ বান্ধবী আছিল। [1][2][3] [4]


সূচী

[সম্পাদনা কৰক] চলচ্চিত্ৰপঞ্জী

বৰ্ষ ছবি টোকা
1978 D.G. Movie Pioneer Director
1979 A Work Study in Tea Plucking Director
1981 Along the Brahmaputra Director
1986 Ek Pal Director, Producer, Writer
1988 Lohit Kinare Director
1993 Rudaali Director, writer
1997 Darmiyaan: In Between Director, producer
2001 Daman: A Victim of Marital Violence Director, Writer
2003 Kyon? Director, producer
2006 Chingaari Director, producer, writer

[সম্পাদনা কৰক] External links

[সম্পাদনা কৰক] তথ্যসূত্ৰ

[সম্পাদনা কৰক] দ্ৰষ্টব্য

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত