কাছাৰ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাছাৰ জিলা
—  জিলা  —
অসমৰ মানচিত্ৰত কাছাৰ জিলাৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
সদৰ শিলচৰ
মাটিকালি
 - মুঠ 3,786 কি.মি. (1,461.8 বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
ৱেবছাইট www.cachar.nic.in

কাছাৰ অসমৰ বৰাক উপত্যকাৰ এখন জিলা। শিলচৰ এই জিলাৰ সদৰ। কাছাৰ জিলাখন এসময়ত বৃহত্তৰ কছাৰী সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত আছিল।

ইতিহাস[সম্পাদনা কৰক]

অৰ্থনীতি[সম্পাদনা কৰক]

শিলচৰ অসমৰ অন্যতম বৃহৎ বাণিজ্যিক কেন্দ্ৰ।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]