কাৰ্ল ফ্ৰিডৰিখ গাউছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Carl Friedrich Gauß

Carl Friedrich Gauß (1777–1855), painted by Christian Albrecht Jensen
জন্ম Johann Carl Friedrich Gauss
এপ্ৰিল ৩০, ১৭৭৭
Brunswick, Duchy of Brunswick-Wolfenbüttel, Holy Roman Empire
মৃত্যু ফেব্ৰুৱাৰী ২৩, ১৮৫৫ (৭৭ বছৰ)
Göttingen, Kingdom of Hanover
বাসস্থান Kingdom of Hanover
জাতীয়তা German
ক্ষেত্ৰ Mathematics and physics
প্ৰতিষ্ঠান University of Göttingen
শিক্ষানুষ্ঠান University of Helmstedt
ডক্তৰেল পৰামৰ্শদাতা Johann Friedrich Pfaff
আন academic advisors Johann Christian Martin Bartels
ডক্তৰেল ছাত্ৰ Christoph Gudermann
Christian Ludwig Gerling
Richard Dedekind
Johann Listing
Bernhard Riemann
Christian Peters
Moritz Cantor
আন notable students Johann Encke
Peter Gustav Lejeune Dirichlet
Gotthold Eisenstein
Carl Wolfgang Benjamin Goldschmidt
Gustav Kirchhoff
Ernst Kummer
August Ferdinand Möbius
L. C. Schnürlein
Julius Weisbach
জনা যায় See full list
প্ৰাভাৱ পেলাইছিল Sophie Germain
Ferdinand Minding
উল্লেখনীয় বঁটা Copley Medal (1838)
Signature

জ'হানন্ কাৰ্ল ফ্ৰিডৰিখ গাঊছ (/ɡs/; জাৰ্মান: Gauß, pronounced [ɡaʊs] ( শুনক); লেটিন: Carolus Fridericus Gauss ) (৩০ এপ্ৰিল ১৭৭৭ – ২৩ ফ্ৰেব্ৰুৱাৰী ১৮৫৫) এজন জাৰ্মান গণিতজ্ঞ আৰু পদাৰ্থ-বিজ্ঞানী আছিল যিজনে সংখ্যা-তত্ব(ইংৰাজী:number theory), বীজগণিত(ইংৰাজী:algebra), পৰিসংখ্যা(ইংৰাজী:statistics), গাণিতিক বিশ্লেষণ(ইংৰাজী:analysis), differential geometry, geodesy, geophysics, electrostatics, জ্যোতির্বিজ্ঞান(ইংৰাজী:astronomy) আৰু আলোকবিজ্ঞান(ইংৰাজী:optics)কে আদি কৰি বহুতো ক্ষেত্ৰলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢাই থৈ গৈছে।

গণিতৰ যুৱৰাজ বুলি খ্যাত[1] (Latin, "the Prince of Mathematicians" or "the foremost of mathematicians") আৰু কেতিয়াবা "অতীজৰ পৰা আজিলৈকে শ্ৰেষ্ঠতম্ গণিতজ্ঞ" হিচাপে স্বীকৃত গাঊছৰ গণিশাস্ত্ৰ আৰু বিজ্ঞানৰ বহুতো ক্ষেত্ৰত লেখত ল'বলগীয়া প্ৰভাৱ আছিল। তেওঁক ইতিহাসৰ সবাতোকৈ বেছি প্ৰভাৱসম্পন্ন গণিতজ্ঞসকলৰ তালিকাত স্থান দিয়া হয়।[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Zeidler, Eberhard (2004). Oxford User's Guide to Mathematics. প্ৰকাশক Oxford, UK: Oxford University Press. পৃষ্ঠা. 1188. ISBN 0-19-850763-1. 
  2. Dunnington, G. Waldo. (May 1927). "The Sesquicentennial of the Birth of Gauss".[সংযোগবিহীন উৎস] Scientific Monthly XXIV: 402–414. Retrieved on 29 June 2005. Comprehensive biographical article.