কুছ তো লোগ কহেংগে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুছ তো লোগ কহেংগে
Kuch Toh Log Kahenge Nidhi.png
বিন্যাস ড্ৰামা
নিৰ্মাণকৰ্তা ডাইৰেক্টৰচ কাট প্ৰডাকচন
পৰিচালক মানদাৰ দেভাস্থালি
অভিনয়ত কৃতিকা কামৰা
শীৰ্ষ সংগীত "ছায়া নাইনু কি ভাছা"
দেশ ভাৰত
ভাষা হিন্দী
শৃংখলাৰ সংখ্যা
খণ্ডৰ সংখ্যা ১২৫ (২৩ মাৰ্চ, ২০১২)
প্ৰযোজনা
দৈৰ্ঘ্য ৩০ মিনিট
সম্প্ৰচাৰ
মূল ছেনেল চ'নী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যন
দৃশ্যৰ ফৰমেট ৫৭৬i (SDTV)

কুছ তো লোগ কহেংগে (হিন্দী: कुछ तो लोग कहेंगे) হ'ল চ'নী টিভিত দিয়া হিন্দী ভাষাৰ এখন ভাৰতীয় ধাৰাবাহিক। পাকিস্তানৰ "ধূপ-কিনাৰে" নামৰ এখন ধাৰাবাহিকৰ পূনৰ নিৰ্মান হৈছে এই কুছ তো লোগ কহেংগে ধাৰাবাহিক। কুছ তো লোগ কহেংগে নিৰ্মান হৈছে ১৮ বছৰ বয়সৰ পাৰ্থক্য থকা দুজন লোকৰ প্ৰেমৰ ওপৰত।

অভিনয় শিল্পী[সম্পাদনা কৰক]

তথ্য সুত্ৰ[সম্পাদনা কৰক]