ক্ষেত্ৰফল
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
ক্ষেত্ৰফল (ইংৰাজী: Area) হৈছে এক ভৌত পৰিমাপ যিটো কোনো তলৰ বা তলৰ অংশবিশেষৰ আকাৰ বুজাবলৈ ব্যৱহাৰ কৰা হয়।
তলৰ ক্ষেত্ৰফল হৈছে কোনো বস্তুৰ উম্মুক্ত তলৰ ক্ষেত্ৰফল।
সূচী |
[সম্পাদনা কৰক] একক
ক্ষেত্ৰফল পৰিমাপৰ মেট্ৰিক এককৰ মাজত আছে:
- বৰ্গ মিটাৰ = এসআই একক
- এৰ = ১০০ বৰ্গ মিটাৰ
- হেক্টৰ = ১০,০০০ বৰ্গ মিটাৰ
- বৰ্গ কিলোমিটাৰ = ১,০০০,০০০ বৰ্গ মিটাৰ
- বৰ্গ মেগামিটাৰ = ১০১২ বৰ্গ মিটাৰ
- বৰ্গ গজ = ৯ বৰ্গ ফুট = ০.৮৩৬১২৭৩৬ বৰ্গ মিটাৰ
- বৰ্গ পাৰ্চ = ৩০.২৫ বৰ্গ গজ = ২৫.২৯২৮৫২৬ বৰ্গ মিটাৰ
- একৰ = ১৬০ বৰ্গ পাৰ্চ অথবা ৪৩,৫৬০ বৰ্গ ফুট = ৪০৪৬.৮৫৬৪২২৪ বৰ্গ মিটাৰ
- বৰ্গ মাইল = ৬৪০ একৰ = ২.৫৮৯৯৮৮১১০৩ বৰ্গ কিলোমিটাৰ
১ ফুট = ১২ ইঞ্চি, ১ গজ = ৩ ফুট = ৩৬ ইঞ্চি
[সম্পাদনা কৰক] উপকাৰী সূত্ৰ
| আকাৰ | সমীকৰণ | চলক |
|---|---|---|
| বৰ্গ | ![]() |
হৈছে বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য |
| নিয়মিত ষড়ভুজ | ![]() |
হৈছে হেক্সাগনৰ এটা প্ৰান্তৰ দৈৰ্ঘ্য |
| নিয়মিত অষ্টভুজ | ![]() |
হৈছে অষ্টভুজৰ এটা বাহুৰ দৈৰ্ঘ্য |
| নিখুঁত ষড়ভুজ | ![]() |
হৈছে এটা বাহুৰ প্ৰস্থ, য’ত সকলো বাহুৰ দৈৰ্ঘ্য সমান |
| নিখুঁত অষ্টভুজ | ![]() |
হৈছে এটা বাহুৰ প্ৰস্থ, য’ত সকলো বাহুৰ দৈৰ্ঘ্য সমান |
| যিকোনো নিয়মিত বহুভুজ | ![]() |
হৈছে বহুভুজৰ একটি অন্তস্থ বৃত্তৰ ব্যাসাৰ্ধ আৰু হৈছে বহুভুজৰ পৰিসীমা |
| যিকোনো নিয়মিত বহুভুজ | ![]() |
হৈছে পৰিসীমা আৰু হৈছে বাহুৰ সংখ্যা |
| যিকোনো নিয়মিত বহুভুজ | ![]() |
হৈছে পৰিসীমা আৰু হৈছে বাহুৰ সংখ্যা |
| আয়তক্ষেত্ৰ | ![]() |
আৰু হৈছে চতুৰ্ভুজৰ ওচৰাওচৰি দুটি বাহুৰ দৈৰ্ঘ্য (দৈৰ্ঘ্য আৰু প্ৰস্থ) |
| সামান্তৰিক (সাধাৰন) | ![]() |
আৰু হৈছে যথাক্ৰমে ভূমিৰ দৈৰ্ঘ্য আৰু ভূমিৰ ওপৰৰ দীঘল সমান উচ্চতা |
| ৰম্বাছ | ![]() |
আৰু হৈছে ৰম্বাছৰ ই কৰ্ণৰ দৈৰ্ঘ্য |
| ত্ৰিভুজ | ![]() |
আৰু হৈছে যথাক্ৰমে ত্ৰিভুজৰ ভূমি আৰু উচ্চতা |
| চক্ৰ বা বৃত্ত | ![]() |
হৈছে ব্যাসাৰ্ধ |
| বৃত্ত, বৃত্তাকাৰ ক্ষেত্ৰফল | , or ![]() |
হৈছে ব্যাসাৰ্ধ আৰু হৈছে ব্যাস. |
| ট্ৰেপিজিয়াম | ![]() |
হৈছে সমান্তৰাল বাহুদ্বয়ৰ দৈৰ্ঘ্য আৰু সমান্তৰাল ৰেখাদ্বয়ৰ লম্বদূৰত্ব বা উচ্চতা |
| ছিলিণ্ডাৰৰ তলৰ মুঠ ক্ষেত্ৰফল | ![]() |
আৰু হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা |
| ছিলিণ্ডাৰৰ বক্ৰতলৰ ক্ষেত্ৰফল | ![]() |
আৰু হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা |
| কোণকৰ তলৰ মুঠ ক্ষেত্ৰফল | ![]() |
আৰু হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা |
| কোণকৰ বক্ৰতলৰ ক্ষেত্ৰফল | ![]() |
আৰু হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা |
| বৃত্তাকাৰ চক্ৰ | ![]() |
আৰু হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু কোণ (ৰেডিয়ানত) |
| বৰ্গ আৰু বৃত্তাকাৰ ক্ষেত্ৰ পৰিবৰ্তন | ![]() |
হৈছে বৰ্গ এককে বৰ্গৰ ক্ষেত্ৰফল |
| বৃত্তাকাৰ পৰা বৰ্গক্ষেত্ৰলৈ পৰিবৰ্তন | ![]() |
হৈছে বৃত্তৰ ক্ষেত্ৰফল |
[সম্পাদনা কৰক] আৰু চাওক
[সম্পাদনা কৰক] বহিঃসংযোগ
| ৱিকিটোনেৰি, মুক্ত অভিধানত Area শব্দৰ অৰ্থ চাওক। |

হৈছে বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য


হৈছে এটা বাহুৰ প্ৰস্থ, য’ত সকলো বাহুৰ দৈৰ্ঘ্য সমান

হৈছে বহুভুজৰ একটি অন্তস্থ বৃত্তৰ ব্যাসাৰ্ধ আৰু
হৈছে বহুভুজৰ পৰিসীমা
হৈছে পৰিসীমা আৰু
হৈছে বাহুৰ সংখ্যা

আৰু 
আৰু
হৈছে যথাক্ৰমে ভূমিৰ দৈৰ্ঘ্য আৰু ভূমিৰ ওপৰৰ দীঘল সমান উচ্চতা


হৈছে ব্যাসাৰ্ধ
হৈছে 





হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু কোণ (ৰেডিয়ানত)
হৈছে বৰ্গ এককে 
হৈছে