কৰিমগঞ্জ (লোকসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কৰিমগঞ্জ লোকসভা সমষ্টি (ইংৰাজী: Karimganj Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা। এই সমষ্টিটো অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

বিধানসভাৰ সমষ্টিসমূহ[সম্পাদনা কৰক]

কৰিমগঞ্জ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে [1]:

ক্ৰম সমষ্টিৰ নাম অনুসূচিত জাতি/ জনজাতিৰ বাবে সংৰক্ষিত জিলা
১, ৰাতাবাৰী বিধানসভা সমষ্টি অনুসূচিত জাতি কৰিমগঞ্জ
২, পাথাৰকান্দি বিধানসভা সমষ্টি নহয় কৰিমগঞ্জ
৩, কৰিমগঞ্জ উত্তৰ বিধানসভা সমষ্টি নহয় কৰিমগঞ্জ
৪, কৰিমগঞ্জ দক্ষিণ বিধানসভা সমষ্টি নহয় কৰিমগঞ্জ
৫, বদৰপুৰ বিধানসভা সমষ্টি নহয় কৰিমগঞ্জ
৬, হাইলাকান্দি বিধানসভা সমষ্টি নহয় হাইলাকান্দি
৭, কাটলিচেৰা বিধানসভা সমষ্টি নহয় হাইলাকান্দি
৮, আলগাপুৰ বিধানসভা সমষ্টি নহয় হাইলাকান্দি

লোকসভাৰ সদস্যসকল[সম্পাদনা কৰক]

আৰম্ভণিৰেপৰা বৰ্তমানলৈ কৰিমগঞ্জ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ নাম তলত উল্লেখ কৰা হ'ল।[2]

ক্ৰম বৰ্ষ প্ৰাৰ্থী দল
১৯৬২ নিহাৰ ৰঞ্জন লস্কৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭ নিহাৰ ৰঞ্জন লস্কৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭১ নিহাৰ ৰঞ্জন লস্কৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৭ নিহাৰ ৰঞ্জন লস্কৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮০ নিহাৰ ৰঞ্জন লস্কৰ ভাৰতীয় জাতীয় কংগ্ৰেছ (ই)
১৯৮৫ সুদৰ্শন দাস ভাৰতীয় কংগ্ৰেছ (সমাজবাদী)
১৯৯১ দ্বাৰকা নাথ দাস ভাৰতীয় জনতা পাৰ্টি
১৯৯৬ দ্বাৰকা নাথ দাস ভাৰতীয় জনতা পাৰ্টি
১৯৯৮ নেপাল চন্দ্ৰ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
১০ ১৯৯৯ নেপাল চন্দ্ৰ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
১১ ২০০৪ ললিত মোহন শুক্লবৈদ্য ভাৰতীয় জাতীয় কংগ্ৰেছ
১২ ২০০৯ ললিত মোহন শুক্লবৈদ্য ভাৰতীয় জাতীয় কংগ্ৰেছ
১৩ ২০১৪ ৰাধেশ্যাম বিশ্বাস [3] এ আই ইউ ডি এফ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05. 
  2. http://164.100.47.132/LssNew/members/lokprev.aspx
  3. "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-05-19. https://web.archive.org/web/20140519232509/http://eciresults.nic.in/ConstituencywiseS031.htm?ac=1। আহৰণ কৰা হৈছে: 7 জুন 2014.