গংগা ভাৰত উপমহাদেশৰ প্ৰধান নদীসমুহৰ অন্যতম। হিমালয়ৰ গঙ্গোত্ৰী হিমবাহৰ পৰা উৎপত্তি হৈ এই নদী ভাৰত আৰু বাংলাদেশৰ মাজেৰে প্ৰৱাহিত হৈ বঙ্গোপসাগৰত মিলিত হৈছে। গংগা নদীৰ মুঠ দৈৰ্ঘ্য ২,৫২৫ কিঃমিঃ (১,৫৬৯ মাইল)।