গণতন্ত্ৰ দিৱস (ভাৰত)
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| গণতন্ত্ৰ দিৱস | |
|---|---|
Soldiers of the Madras Regiment during the annual Republic Day Parade in 2004 |
|
| পালন কৰে | ভাৰত |
| প্ৰকাৰ | ৰাষ্ট্ৰীয় |
| তাৰিখ | ২৬ আনুৱাৰী |
| উৎসৱ | Parades, distribution of sweets in schools and cultural dances |
গণতন্ত্ৰ দিৱস ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ যিটো প্ৰতি বছৰে ২৬ জানুৱাৰী তাৰিখে অনুষ্ঠিত কৰা হয়। এই দিনটোতে ১৯৫০ চনত ভাৰতৰ সংবিধান প্ৰণয়ন কৰা হৈছিল। গণতন্ত্ৰ দিৱসত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰে আৰু ইয়াৰ পাছত সামুহিক ভাৱে থিয় হৈ ভাৰতৰ ৰা্ষ্ট্ৰীয় সংগীত গায়।