গণ মুক্তি সংগ্ৰাম অসম

অসমীয়া ৱিকিপিডিয়াৰ পৰা


গণ মুক্তি সংগ্ৰাম অসম ভাৰতৰ অসমৰ এক নতুন আঞ্চলিক ৰাজনৈতিক দল। এই দল গঠনৰ ঘোষণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৪থ দ্বি-বাৰ্ষিক অধিৱেশনত অখিল গগৈয়ে কৰে, ২০ মাৰ্চ ২০১৫ত, গান্ধীবাদী নেতা আন্না হাজাৰেৰ ভাষণৰ ঠিক পিছতেই[1]। "এই দল ভাৰতৰ পুঁজীবাদ ব্যৱস্থাক সলোৱাৰ বাবে গঠিত" গগৈয়ে কয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]