| গোলাঘাট জিলা |
| — জিলা — |
|
অসমত গোলাঘাট জিলাৰ অৱস্থান |
| দেশ |
ভাৰত |
| ৰাজ্য |
অসম |
| সদৰ |
গোলাঘাট |
| মাটিকালি |
| - মুঠ |
3,052 km2 (1,178.4 sq mi) |
| জনসংখ্যা (২০১১) |
| - মুঠ |
|
গোলাঘাট অসমৰ ২৭ খন জিলাৰ ভিতৰত অন্যতম এখন৷ এই জিলাৰ তিনিটা মহকুমা হ'ল গোলাঘাট, ধনশিৰী আৰু বোকাখাট । জিলাৰ সদৰ ঠাই গোলাঘাট নগৰ । জিলাখনৰ মাটিকালি ৩৫০২ বৰ্গকি.মি. । ১৯৮৫ চনত জিলা ঘোষিত হোৱা এই জিলাৰ জনসংখ্যা ১০,৫৮,৬৭৪ জন । ইয়াৰে ৫,৩৯,৯৪৯ জন পুৰুষ আৰু ৫,১৮,৭২৫ গৰাকি মহিলা । [1]
|
|
|
| থোৰতে |
|
|
|
| ৰাজধানী |
|
|
| জিলা |
|
|
| মহকুমা |
|
|
| মুখ্য নগৰ |
|
|
- ↑ "census Golaghat". censusindia.co.in. http://www.census2011.co.in/census/district/152-golaghat.html. Retrieved January 14, 2012.