গোৱাৰ জিলাসমূহ
অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোৱাৰ জিলাসমূহ
গোৱা পশ্চিম ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী পানাজী। মাটিকালিৰ ফালৰপৰা ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য গোৱাক দুখন প্ৰশাসনিক জিলাত ভাগ কৰা হৈছে।
জিলাসমূ্হ [সম্পাদনা কৰক]
গোৱাৰ দুখন জিলা হৈছে:
| ক’ড | জিলা | সদৰ | জনসংখ্যা (২০১১)[1] |
মাটিকালি (বৰ্গ কিমি) |
জনঘনত্ব (প্ৰতি বৰ্গ কিমি) |
ৱেবছাইট |
| NG | উত্তৰ গোৱা | পানাজী | ৮১৭,৭৬১ | ১,৭৩৬ | ৪৭১ | northgoa.nic.in |
| SG | দক্ষিণ গোৱা | মাৰগাঅ’ | ৬৩৯,৯৬২ | ১,৯৬৬ | ৩২৬ | southgoa.nic.in |
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ "Distribution of Population, Decadal Growth Rate, Sex-Ratio and Population Density" (XLS). The Registrar General & Census Commissioner, India, New Delhi-110011. 2010 - 2011. http://censusindia.gov.in/2011-prov-results/data_files/goa/table-1.xls। আহৰণ কৰা হৈছে: 2012-08-22.
বহিঃসংযোগ [সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘গোৱাৰ জিলাসমূহ’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|
|||||||||||||