ছত্তীছগঢ়ৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২০০০ চনৰ ১ নৱেম্বৰত ভাৰতছত্তীছগঢ় ৰাজ্যৰ গঠনৰে পৰা বৰ্তমানলৈ কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত তথ্য এই তালিকাত দিয়া হৈছে।

মুখ্যমন্ত্ৰীসকল[সম্পাদনা কৰক]

ৰাজনৈতিক দলসমূহৰ ৰঙৰ সংকেত
নং. নাম কাৰ্যকাল দল[lower-alpha 1] বিধানসভা ৰাজ্যপাল
অজিত জোগি
মহাসমুন্দ সমষ্টিৰ বিধায়ক
৯ নৱেম্বৰ ২০০০ (2000-11-09) ৬ ডিচেম্বৰ ২০০৩ (2003-12-06) ১১২২ দিন ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰথম (২০০০-২০০৩) দিনেশ নন্দন সাহায়
ৰমণ সিং
ৰাজনন্দগাঁও সমষ্টিৰ বিধায়ক
৭ ডিচেম্বৰ ২০০৩ (2003-12-07) ৭ ডিচেম্বৰ ২০০৮ (2008-12-07) ৫৪৮৮ দিন ভাৰতীয় জনতা পাৰ্টি দ্বিতীয় (২০০৩-২০০৮) কৃষ্ণ মোহন শেঠ
৮ ডিচেম্বৰ ২০০৮ (2008-12-08) ৮ ডিচেম্বৰ ২০১৩ (2013-12-08) তৃতীয় (২০০৮–২০১৩) ই এচ এল নৰসিংহ
৯ ডিচেম্বৰ ২০১৩ (2013-12-09) ১৬ ডিচেম্বৰ ২০১৮ (2018-12-16) চতুৰ্থ (২০১৩-২০১৮) শেখৰ দত্ত
ভূপেশ বাঘেল[1]
পাটন সমষ্টিৰ বিধায়ক
১৭ ডিচেম্বৰ ২০১৮ (2018-12-17) বৰ্তমান ১৯২৩ দিন ভাৰতীয় জাতীয় কংগ্ৰেছ পঞ্চম (২০১৮–২০২৩) আনন্দীবেন পেটেল

টোকা[সম্পাদনা কৰক]

  1. This column only names the chief minister's party. The state government he heads may be a complex coalition of several parties and independents; these are not listed here.

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]