চিত্ৰ:দাৰিয়া খেলৰ নক্সা.jpeg

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মূল ফাইল(3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 2.67 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ[সম্পাদনা কৰক]

বৰ্ণনা

দাৰিয়া কোটৰ নক্সা । তাহানিতে সৰু সৰু লৰা-ছোৱালীৰ মাজত এই খেল প্ৰচলিত আছিল। নক্সাত দেখুওৱাৰ দৰে মাটিত খাজ কাটি ঘৰ বনাই ৬টা বা ৮ টা কোঠালী কৰি লোৱা হয়। দুটা দলত বিভক্ত হৈ এটা দলে কোট বোৰৰ ভিতৰত পহৰা দিয়ে আৰু আনটো দলে এজন এজনকৈ কোটবোৰৰ ভিতৰত সোমাবলৈ এনেকৈ প্ৰয়াস কৰে যাতে ভিতৰত পহৰা হৈ থকা সকলে তেওঁক হাতেৰে চুব নোৱাৰে।

উৎস

নিজা কাম

তাৰিখ

২৮ এপ্ৰিল, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান18:17, 28 April 201218:17, 28 April 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,264 × 2,448 (2.67 MB)নিতুল বৰা (আলোচনা | বৰঙণি)

তলত দিয়া 2 পৃষ্ঠাবোৰে এই ফাইলটো ব্যৱহাৰ কৰে:

মেটাডেটা