চিত্ৰ:পাটৰ চেলেং.jpeg
এই খচৰাৰ আকাৰ: 800 × 600 পিক্সেল. আন ৰিজ'লিউশ্যনসমূহ: 320 × 240 পিক্সেল | 640 × 480 পিক্সেল | 1,024 × 768 পিক্সেল | 1,280 × 960 পিক্সেল | 2,560 × 1,920 পিক্সেল | 3,264 × 2,448 পিক্সেল।
মূল ফাইল (3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.34 MB, MIME প্ৰকাৰ: image/jpeg)
সাৰাংশ[সম্পাদনা কৰক]
বৰ্ণনা |
পাটৰ চেলং তাই জাতিৰ সাজপাৰৰ এক ৰাজকীয় সম্পদ।মহিলা আৰু পুৰুষে ব্যৱহাৰ কৰা এবিধ সাজপাৰ। পাট সূতাৰ পৰাই শিপিনীয়ে তাঁত শালত বৈ উলিয়াই। পাটৰ চেলেং বিয়াত দৰাই পৰিধান কৰে। আগৰ দিনত তাই আহোম সকলৰ ৰজা-মহাৰজাই পাটৰ চেলেং পৰিধান কৰিছিল।তাৰ পাছৰ পৰাই অসমত আন জনগোষ্ঠীয় লোকে ব্যৱহাৰ কৰিবলৈ লয় । বৰ্তমানেও ভাওঁনাত ৰজা-মহাৰজাই পাটৰ চেলেং ব্যৱহাৰ কৰে। |
---|---|
উৎস |
নিজা কাম |
তাৰিখ |
২৬ মে, ২০১২ |
স্বতাধিকাৰী | |
অনুমতি (ফাইলৰ পুনঃব্যৱহাৰ) |
তলত চাওক |
অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]
এই কাৰ্যৰ অনুমতি ক্ৰিয়েটিভ কমঞ্চ এট্ৰিব্যুশ্বন-শ্বেয়াৰ-এলাইক ৩.০ অনুজ্ঞাপত্ৰৰ অন্তৰ্গত। |
ফাইলৰ ইতিবৃত্ত
ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।
তাৰিখ/সময় | ক্ষুদ্ৰ প্ৰতিকৃতি | আকাৰ | সদস্য | মন্তব্য | |
---|---|---|---|---|---|
বৰ্তমান | 11:23, 26 May 2012 | 3,264 × 2,448 (3.34 MB) | নিতুল বৰা (আলোচনা | বৰঙণি) | == {{int:filedesc}} == {{Information |Description=পাটৰ চেলং পাট সূতাৰ পৰাই শিপিনীয়ে তাঁত শালত বৈ উলিয়াই। পাটৰ চেলেং বিয়াত দ... |
আপুনি এই ফাইলটো প্ৰতিস্থাপন কৰিব নোৱাৰে।
ফাইল ব্যৱহাৰ
তলত দিয়া 2 পৃষ্ঠাবোৰে এই ফাইলটো ব্যৱহাৰ কৰে: