চ’নী এণ্টাৰটেইনমেণ্ট টেলিভিজন

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
চ'নী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যন
উদ্বোধনী অক্টোবৰ ১৯৯৫
গৰাকী মাল্টি স্ক্ৰীন মিডিয়া প্ৰাইভেট লিমিটেদ
দেশ ভাৰত
মূখ্য কাৰ্যালয় মুম্বাই, মহাৰাষ্ট্ৰ
ভগ্নী চেনেল চাব টিভি
চেট মেক্স
চ'নী আঠ
চেট পিক্স
চ'নী মিক্স
এ.স্ক.এন
এনিমেস্ক ভাৰত
ৱেবছাইট চ'নী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যন ৱেবছাইট


চ'নী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যন (ইংৰাজী: Sony Entertainment Television) চমুকৈ SET এক ভাৰতীয় হিন্দী ভাষীক দূৰদৰ্শন কেন্দ্ৰ। ইয়াত সাধাৰনতে বিনোদনধৰ্মী অনুষ্ঠান পৰিবেশন কৰা হয়। এই কেন্দ্ৰটো ১৯৯৫ চনৰ অক্টোবৰ মাহত ইয়াৰ স্বতাধিকাৰী মাল্টি স্ক্ৰীন মিডিয়া প্ৰাইভেট লিমিটেদ বা চমুকৈ চেট ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ দ্বাৰা উদ্ধোধন কৰা হৈছিল। [1]


সূচী

[সম্পাদনা কৰক] চ'নী টিভিৰ ধাৰাবাহিক সমূহ


[সম্পাদনা কৰক] প্ৰতীকসমূহ

চনী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনে বৰ্তমানলৈ তিনিবাৰ প্ৰতীক সলনি কৰিছে|

চনী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনৰ প্ৰতীক (১৯৯৫ৰ পৰা-বৰ্তমানলৈ )
অক্টোবৰ, ১৯৯৫ - জুন ১৬, ২০০৭  
জুন ১৬, ২০০৭ - ছেপ্তেম্বৰ ১, ২০১১  
ছেপ্তেম্বৰ ১, ২০১১ - বৰ্তমানলৈ  

[সম্পাদনা কৰক] তথ্য সুত্ৰ

  1. "Set India renamed as Multi Screen Media". IndianTelevision.com. 2007-12-20. http://www.indiantelevision.com/headlines/y2k7/dec/dec257.php. Retrieved 2008-03-08. 

[সম্পাদনা কৰক] বাহ্যিক সংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত