চ’নী এণ্টাৰটেইনমেণ্ট টেলিভিজন
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চ'নী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনৰ পৰা পুনঃনিৰ্দেশিত)
|
|
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয়। (বিশদ নিৰ্দেশনা চাওক।) সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
| চ'নী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যন | |
|---|---|
| চ'নী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যন | |
| উদ্বোধন | অক্টোবৰ ১৯৯৫ |
| গৰাকী | মাল্টি স্ক্ৰীন মিডিয়া প্ৰাইভেট লিমিটেদ |
| দেশ | ভাৰত |
| মুখ্য কাৰ্যালয় | মুম্বাই, মহাৰাষ্ট্ৰ |
| ভগ্নী কেন্দ্ৰসমূহ | চাব টিভি চেট মেক্স চ'নী আঠ চেট পিক্স চ'নী মিক্স এ.স্ক.এন এনিমেস্ক ভাৰত |
| ৱেবছাইট | চ'নী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যন ৱেবছাইট |
| উপলদ্ধতা | |
| কৃত্ৰিম উপগ্ৰহ | |
| এয়াৰটেল ডিজিটেল টিভি | ছেনেল ১০৩ |
| বিগ টিভি | ছেনেল ২০৭ |
| ডিছ টিভি | ছেনেল ২০৫ |
| টাটা স্কাই | ছেনেল ১১১ |
চ'নী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যন (ইংৰাজী: Sony Entertainment Television) চমুকৈ SET এক ভাৰতীয় হিন্দী ভাষীক দূৰদৰ্শন কেন্দ্ৰ। ইয়াত সাধাৰনতে বিনোদনধৰ্মী অনুষ্ঠান পৰিবেশন কৰা হয়। এই কেন্দ্ৰটো ১৯৯৫ চনৰ অক্টোবৰ মাহত ইয়াৰ স্বতাধিকাৰী মাল্টি স্ক্ৰীন মিডিয়া প্ৰাইভেট লিমিটেদ বা চমুকৈ চেট ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ দ্বাৰা উদ্ধোধন কৰা হৈছিল। [1]
সূচী |
চ'নী টিভিৰ ধাৰাবাহিক সমূহ[সম্পাদনা কৰক]
- কুছ তো লোগ কহেংগে
- বড়ে অচ্ছে লগতে হ্যেঁ
- দেখা এ'ক খোৱাব
- ক্যা হুৱা তেৰা ৱাদা
- পাৰৱাৰিচ - কুছ খট্টে কুছ মিঠী
- চাঁচ বিনা চচুৰাল
- শুভ বিবাহ
- চি.আই.ডি.
- আদালত
- ক্ৰাইম পেত্ৰোল ৪
- কাহানি কমেডি ছাৰ্কাছ কি
প্ৰতীকসমূহ[সম্পাদনা কৰক]
চনী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনে বৰ্তমানলৈ তিনিবাৰ প্ৰতীক সলনি কৰিছে।
| চনী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনৰ প্ৰতীক (১৯৯৫ৰ পৰা-বৰ্তমানলৈ ) | |||||||||
|
|||||||||
তথ্য সুত্ৰ[সম্পাদনা কৰক]
- ↑ "Set India renamed as Multi Screen Media". IndianTelevision.com. 2007-12-20. http://www.indiantelevision.com/headlines/y2k7/dec/dec257.php। আহৰণ কৰা হৈছে: 2008-03-08.