ছিক্কিম (লোকসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছিক্কিম লোকসভা সমষ্টি(ইংৰাজী: Sikkim Lok Sabha constituency) হৈছে উত্তৰ-পূব ভাৰতছিক্কিম ৰাজ্যৰ একমাত্ৰ লোকসভা সমষ্টি। এই সমষ্টিটোত সমগ্ৰ ছিক্কিমখন সামৰি লোৱা হৈছে। এই লোকসভা সমষ্টিটো ১৯৭৭ চনত সৃষ্টি কৰা হৈছিল।

লোকসভাৰ সাংসদসকল[সম্পাদনা কৰক]

লোকসভা কাৰ্যকাল সাংসদ ৰাজনৈতিক দল
ষষ্ঠ ১৯৭৭-৮০ ছত্ৰ বাহাদুৰ চেত্ৰী
(ইংৰাজী: Chatra Bahadur Chhetri)
ভাৰতীয় জাতীয় কংগ্ৰেছ
সপ্তম ১৯৮০-৮৪ পহল মন চুব্বা
(ইংৰাজী: Pahal Man Subba)
ছিক্কিম জনতা পৰিষদ
(ইংৰাজী: Sikkim Janata Parishad)
অষ্টম ১৯৮৪-৮৯ নৰ বাহাদুৰ ভাণ্ডাৰী
(ইংৰাজী: Nar Bahadur Bhandari)
নিৰ্দলীয়
নৱম ১৯৮৯-৯১ নণ্ডু থাপা
(ইংৰাজী: Nandu Thapa)
ছিক্কিম সংগ্ৰাম পৰিষদ
(ইংৰাজী: Sikkim Sangram Parishad)
দশম ১৯৯১-৯৬ দিল কুমাৰী ভাণ্ডাৰী
(ইংৰাজী: Dil Kumari Bhandari)
Sikkim Sangram Parishad
একাদশ ১৯৯৬-৯৮ ভীম প্ৰসাদ দাহাল
(ইংৰাজী: Bhim Prasad Dahal)
Sikkim Democratic Front
দ্বাদশ ১৯৯৮-৯৯ ভীম প্ৰসাদ দাহাল Sikkim Democratic Front
ত্ৰয়োদশ ১৯৯৯-২০০৪ ভীম প্ৰসাদ দাহাল Sikkim Democratic Front
চতুৰ্দশ ২০০৪-০৯ নকুল দাস ৰায়
(ইংৰাজী: Nakul Das Rai)
Sikkim Democratic Front
পঞ্চদশ ২০০৯-বৰ্তমান প্ৰেম দাস ৰায়
(ইংৰাজী: Prem Das Rai)
Sikkim Democratic Front

বিধানসভা সমষ্টিসমূহ[সম্পাদনা কৰক]

ছিক্কিম লোকসভা সমষ্টিক ৩১টা বিধানসভা সমষ্টিত ভাগ কৰা হৈছে। সেই বিধানসভা সমষ্টিসমূহৰ নাম জিলা অনুসৰি তলত উল্লখ কৰা হ’ল:[1]

  • ছালঘাৰি - জুম (Salghari-Zoom) বিধানসভা সমষ্টিটো আংশিকভাৱে পশ্চিম ছিক্কিম আৰু দক্ষিণ ছিক্কিম জিলাৰ অন্তৰ্গত।
  • টুমেন - লিংগি (Tumen-Lingi) বিধানসভা সমষ্টিটো আংশিকভাৱে দক্ষিণ ছিক্কিম আৰু পূব ছিক্কিম জিলাৰ অন্তৰ্গত।


পশ্চিম ছিক্কিম জিলা[সম্পাদনা কৰক]

পশ্চিম ছিক্কিম জিলাৰ অন্তৰ্গত বিধান সভা সমষ্টিসমূহৰ নাম হৈছে:

  • Yoksam-Tashiding
  • Yangthang
  • Maneybung-Dentam
  • Gyalshing-Barnyak
  • Rinchenpong
  • Daramdin
  • Soreong-Chakung


দক্ষিণ ছিক্কিম জিলা[সম্পাদনা কৰক]

দক্ষিণ ছিক্কিম জিলাৰ অন্তৰ্গত বিধান সভা সমষ্টিসমূহৰ নাম হৈছে:

  • Barfung
  • Poklok-Kamrang
  • Namchi-Singhithang
  • Melli
  • Namthang-Rateypani
  • Temi-Namphing
  • Rangang-Yangang

পূব ছিক্কিম জিলা[সম্পাদনা কৰক]

পূব ছিক্কিম জিলাৰ অন্তৰ্গত বিধান সভা সমষ্টিসমূহৰ নাম হৈছে:

  • Khamdong-Singtam
  • West Pendam
  • Rhenock
  • Chujachen
  • Gnathang-Machong
  • Namcheybung
  • Shyari
  • Martam-Rumtek
  • Upper Tadong
  • Arithang
  • Gangtok
  • Upper Burtuk


উত্তৰ ছিক্কিম জিলা[সম্পাদনা কৰক]

উত্তৰ ছিক্কিম জিলাৰ অন্তৰ্গত বিধান সভা সমষ্টিসমূহৰ নাম হৈছে:

  • Kabi Lungchuk
  • Djongu
  • Lachen Mangan

সংৰক্ষিত আসন[সম্পাদনা কৰক]

ভূটীয়া-লেপছা মূলৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টিসমূহ
  • Yoksam-Tashiding
  • Rinchenpong
  • Daramdin
  • Barfung
  • Tumen-Lingi
  • Gnathang-Machong
  • Shyari, Martam-Rumtek
  • Gangtok
  • Kabi Lungchuk
  • Djongu
  • Lachen Mangan[1]
অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টিসমূহ
  • Salghari-Zoom
  • West Pendam

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Press Note, Delimitation Commission". Assembly Constituencies in Sikkim. Delimitation Commission. 2006-09-04. Archived from the original on 2006-12-29. https://web.archive.org/web/20061229001131/http://www.delimitation-india.com/Final_Publications/Sikkim/Final_Order_Notification%20.pdf। আহৰণ কৰা হৈছে: 2008-12-16.