জিতুমণি কলিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জিতুমণি কলিতা (ইংৰাজী: Jeetumoni Kalita, জন্ম: ২৮ আগষ্ট, ১৯৯৯) হৈছে অসমৰ এজন নৃত্যশিল্পী। জি. টিভি. (Zee TV)ৰ ৰিয়েলিটী শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰছ, (Dance India Dance Li'l Masters) ২০১০ বৰ্ষৰ চূড়ান্ত বিজয়ী আছিল।[1] পুৰস্কাৰ হিচাপে জিতুমণিয়ে তিনি লাখ টকা নগদ ধন পোৱাৰ লগতে এটা ট্ৰফী লাভ কৰিছিল।[2]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

জিতুমণি কলিতা অসমগুৱাহাটীত জন্মগ্ৰহণ কৰিছিল। প্ৰায় সাত বছৰ বয়সৰ পৰাই জিতুয়ে নৃত্য কৰিবলৈ আৰম্ভ কৰে। জিতুমণি ৰেলৱে হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ আছিল। পৰিয়ালত মাক-দেউতাকৰ উপৰিও এজনী ভগ্নী আৰু এজন ভাতৃ আছে।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "ZeeTV Artist". ZeeTV Artist. 1999-08-28. http://www.zeetvartist.com/did-little-masters1914/jeetu-kalita.html/। আহৰণ কৰা হৈছে: 2011-11-13. 
  2. "Jeetu Moni Kalita Wins Zee Tv’s Did Little Masters". Realbollywood.com. 2010-08-09. http://www.realbollywood.com/2010/08/jeetu-moni-kalita-wins-zee-tvs-masters.html। আহৰণ কৰা হৈছে: 2011-11-13. 
  3. Web18 Wiki (1999-08-28). "Jeetu Kalita Biography, Jeetu Kalita Bio, Jeetu Kalita Photos, Videos, Wallpapers, News". Connect.in.com. http://connect.in.com/jeetu-kalita/biography-1940809.html। আহৰণ কৰা হৈছে: 2011-11-13.