জিতুমণি কলিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জিতুমণি কলিতা (ইংৰাজী: Jeetumoni Kalita, জন্ম: ২৮ আগষ্ট, ১৯৯৯) হৈছে অসমৰ এজন নৃত্যশিল্পী। জি. টিভি. (ইংৰাজী: Zee TV)ৰ ৰিয়েলিটী শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰছ, (ইংৰাজী: Dance India Dance Li'l Masters) ২০১০ বৰ্ষৰ চূড়ান্ত বিজয়ী আছিল।[1] পুৰস্কাৰ হিচাপে জিতুমণিয়ে তিনি লাখ টকা নগদ ধন পোৱাৰ লগতে এটা ট্ৰফী লাভ কৰিছিল।[2]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

জিতুমণি কলিতা অসমগুৱাহাটীত জন্মগ্ৰহণ কৰিছিল। প্ৰায় সাত বছৰ বয়সৰ পৰাই জিতুয়ে নৃত্য কৰিবলৈ আৰম্ভ কৰে। জিতুমণি ৰেলৱে হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ আছিল। পৰিয়ালত মাক-দেউতাকৰ উপৰিও এজনী ভগ্নী আৰু এজন ভাতৃ আছে।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]