জিমেইল
| ইউ আৰ এল | mail.google.com |
|---|---|
| বিজ্ঞাপন | আছে |
| প্ৰকাৰ | ই-মেইল সেৱা |
| পঞ্জীয়ন | প্ৰয়োজনীয় |
| ভাষা | ৫৪ টা |
| পঞ্জীকৃত সদস্য | ৩৪.৯ কোটি (জানুৱাৰী ২০১২)[1] |
| স্বত্বাধিকাৰী | গুগল |
| সৃষ্টিকৰ্তা | পল বুচেইট |
| মুকলি | ১ এপ্ৰিল, ২০০৪ |
| বৰ্তমান স্থিতি | সক্ৰীয় |
জিমেইল (ইংৰাজী: Gmail) হৈছে গুগলৰ দ্বাৰা পৰিচালিত এটা বিনামূলীয়া, বিজ্ঞাপন সমৰ্থিত ই-মেইল সেৱা।[2] ইয়াক ১ এপ্ৰিল,২০০৪ত মুকলি কৰা হৈছিল।[3] কিন্তু ৭ ফেব্ৰুৱাৰী,২০০৭তহে ইয়াক ৰাজহুৱা ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হৈছিল।[4] জানুৱাৰী, ২০১২ৰ পৰিসংখ্যা মতে, ইয়াত বৰ্তমান প্ৰায় ৩৫ কোটি সক্ৰীয় ব্যৱহাৰকাৰী আছে।[1]
জিমেইল ম'বাইল [সম্পাদনা কৰক]
জিমেইল ম'বাইল হৈছে জিমেইলৰ সেৱাৰ এটা অংশ। এইটো এটা বিনামূলীয়া সেৱা, যাৰ সহায়ত জিমেইলৰ সেৱা যিকোনো ম'বাইল ফোনৰ পৰা সুবিধা ল'ব পৰা যায়। ব্যৱহাৰকৰ্তা জনে ইয়াৰ সহায়তে মেইল লিখিব, পঢ়িব, উত্তৰ দিব, forward, mark unread, add a star, custom labels যোগ or trash কৰিব পাৰে।.
জিমেইল ম'বাইলৰ সুবিধা গ্ৰহণ কৰিবৰ বাবে ব্যৱহাৰকৰ্তা জনৰ জিমেইল একাউণ্ট তথা ম'বাইলত নিম্নোলিখিত সুবিধাসূহ থকা প্ৰয়োজনীয়:
- ইয়াত ইণ্টাৰনেট কানেকচন আৰু WAP সক্ৰিয় ৱেব ব্ৰাউজাৰ থাকিব লাগিব।
- ইয়াত কুকিজ সক্ৰিয় হৈ থাকিব লাগিব।
জিমেইল ম'বাইল ১৬ ডিচেম্বৰ,২০০৫ তাৰিখে মুকলি কৰা হৈছিল। বৰ্তমান ই ৪০ টাৰো তাতোধিক ভাষাত সুবিধা প্ৰদান কৰে।[5]
তথ্যসূত্ৰ [সম্পাদনা কৰক]
- ↑ 1.0 1.1 Weber, Harrison (19 January 2012). "Gmail closes in on Hotmail with 350 MM active users". The Next Web. http://thenextweb.com/google/2012/01/19/gmail-closes-in-on-hotmail-with-350-mm-active-users। আহৰণ কৰা হৈছে: 19 January 2012.
- ↑ Teeter, Ryan; Karl Barksdale. Google Apps For Dummies. পৃষ্ঠা. 364. ISBN 1-118-05240-4. http://books.google.ca/books?id=5TUv9jCaJdwC&pg=SA3-PA27&dq=Gmail+free+advertising+supported&hl=en&ei=FyKWTsHIJan00gHpl8mmBw&sa=X&oi=book_result&ct=result&resnum=1&ved=0CEUQ6AEwAA#v=onepage&q=Gmail%20free%20advertising%20supported&f=false.
- ↑ "Google Gets the Message, Launches Gmail". Google. April 1, 2004. http://www.google.com/press/pressrel/gmail.html। আহৰণ কৰা হৈছে: April 21, 2010.
- ↑ Matthew Glotzbach, Director, Product Management, Google Enterprise (July 2009). "Google Apps is out of beta (yes, really)". Official Google Blog. Google. http://googleblog.blogspot.com/2009/07/google-apps-is-out-of-beta-yes-really.html। আহৰণ কৰা হৈছে: 2010-06-19.
- ↑ "你好, नमस्ते and bonjour to better mobile web Gmail". Google Mobile Blog. 13 December 2010. http://googlemobile.blogspot.com/2010/12/and-bonjour-to-better-mobile-web-gmail.html.
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘জিমেইল’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|
|||||||||||||||||||||||||||||||||||