জুবিনৰ গান (শ্ৰব্য এলবাম)
জুবিনৰ গান | |
---|---|
শ্ৰব্য কেছেটৰ বকলা | |
জুবিন গাৰ্গ আৰু উৎপলৰ শ্ৰব্য এলবাম | |
মুক্তি | জানুৱাৰী ১৯৯৬ |
পৰিচালক | জুবিন গাৰ্গ |
জুবিনৰ গান হৈছে এন কে প্ৰডাক্চন প্ৰযোজিত[1] এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। জুবিন গাৰ্গ আৰু উৎপলে সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন আৰু বিজয় দুৱৰাৰ। গীতসমূহত কণ্ঠদান কৰে জুবিন, মহালক্ষ্মী আয়াৰ আৰু হেমাই।[2]
গীতৰ তালিকা[সম্পাদনা কৰক]
এলবামটিত মুঠ ৮টা গীত আছে। 'পৃথিৱীয়ে মোক' গীতটিৰ সুৰকাৰ উৎপল, বাকীকেইটাৰ সুৰ জুবিনৰ।[2]-
গীতৰ তালিকা | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | গায়ক/গায়িকা | দৈৰ্ঘ্য | ||||||
1. | "এতিয়া আছে মাথো" | জুবিন গাৰ্গ | জুবিন গাৰ্গ | |||||||
2. | "উমি উমি" | জুবিন গাৰ্গ | জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ | |||||||
3. | "লাহে লাহে" | জুবিন গাৰ্গ | জুবিন গাৰ্গ | |||||||
4. | "এতিয়াও সাৰে আছোঁ" | জুবিন গাৰ্গ | জুবিন গাৰ্গ | |||||||
5. | "পৃথিৱীয়ে মোক" | জুবিন গাৰ্গ | জুবিন গাৰ্গ | |||||||
6. | "তুমি নিদিয়া" | জুবিন গাৰ্গ | জুবিন গাৰ্গ | |||||||
7. | "উজাগৰী নিশাটিৰ" | জুবিন গাৰ্গ | ||||||||
8. | "এন্ধাৰ হ'ব" | জুবিন গাৰ্গ | জুবিন গাৰ্গ |
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Zubeen Garg". Net Library. http://netlibrary.net/articles/zubeen_garg। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015.
- ↑ 2.0 2.1 "Jubeenor Gaan". Music India Online. Archived from the original on 2015-04-28. https://web.archive.org/web/20150428193154/http://mio.to/album/Jubeenor+Gaan। আহৰণ কৰা হৈছে: 8 মাৰ্চ 2015.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- গীত সংকলন ৱেবচাইটত এলবামটিৰ গীতসমূহ
- মিউজিক ইণ্ডিয়া অনলাইন ৱেবছাইটত এলবামটিৰ গীতসমূহ Archived 2015-04-28 at the Wayback Machine
|