১৪ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জুলাই ১৪ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

১৪ জুলাই (ইংৰাজী: 14 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৫তম (অধিবৰ্ষত ১৯৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭০টা দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৬৩৬ - ঔৰংজেৱক পিতৃ শ্বাহজাহানে দক্ষিণ ভাৰতৰ শাসনকৰ্তা হিচাপে নিযুক্তি দিয়ে।
  • ১৭৮৯ - ফৰাচী বিপ্লৱৰ বাষ্টিল কাৰাগাৰৰ ধুমুহা (ইংঃ Storming of the Bastille) সূচনা হৈছিল।
  • ১৮৬৭ - আলফ্ৰেড নোবেলৰ (যাৰ নামত নোবেল বঁটা প্ৰচলিত) দ্বাৰা ডিনামাইটৰ বিস্ফোৰণ শক্তি প্ৰদৰ্শিত হৈছিল।
  • ১৯৪২ - মহাত্মা গান্ধীভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱটি কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে গ্ৰহণ কৰে।
  • ১৯৯৪ - চক্ৰশিলা সংৰক্ষিত বনাঞ্চলক অসম চৰকাৰৰ দ্বাৰা অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয়।
  • ২০০৮ - মিছ ভেনিজুৱেলা ডায়না মেন্তোজাৰে মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰে।
  • ২০১৯ - চেক গণৰাজ্যত অনুষ্ঠিত ক্লডনু এথলেটিক মিটত ২০০ মিটাৰৰ ইভেন্টত সীমা দাসে স্বৰ্ণ জয় কৰিছিল।
  • ২০২৩ - চন্দ্ৰযান-৩ৰ উৎক্ষেপণ। এই তৃতীয় চন্দ্ৰ অন্বেষণ অভিযান চন্দ্ৰযান-৩ৰ উৎক্ষেপণ ইছৰোৱে ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা দুপৰীয়া ২:৩৫ বজাত কৰে।[1][2]

জন্ম[সম্পাদনা কৰক]

  • ১৮৭৪ - আন্দ্ৰে লুই দেবিয়েৰ্ন, ফৰাচী ৰসায়ন বিজ্ঞানী, এক্টিনিয়াম (ইংঃ actinium) মৌলৰ আৱিষ্কাৰক। (মৃঃ ১৯৪৯)
  • ১৯১৩ - জেৰাল্ড ফ'ৰ্ড, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৩৮তম ৰাষ্ট্ৰপতি। (মৃঃ ২০০৬)
  • ১৯১৮ - ইংমাৰ বাৰ্গমেন, ছুইডেনৰ চলচ্চিত্ৰ পৰিচালক, লেখক তথা চলচ্চিত্ৰ প্ৰযোজক। (মৃঃ ২০০৭)
  • ১৯২১ - জে. উইলকিনছ, ৰসায়ন বিজ্ঞানৰ নোবেল বিজয়ী বিজ্ঞানী।
  • ১৯৪৭ - নবীন ৰামগোলাম, মৰিছাছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
  • ১৯৭১ - মধু চাপৰে, ১৯৯২ চনৰ মিছ ইণ্ডিয়া।

মৃত্যু[সম্পাদনা কৰক]

  • ১৮১৬ - ফ্ৰান্সিস্কো দি মিৰাণ্ডা, ভেনিজুৱেলাৰ বিপ্লৱী। (জঃ ১৭৫০)
  • ১৯৮৮ - পূৰ্ণানন্দ দত্ত, ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ এগৰাকী মুক্তি যুঁজাৰু, সমাজ সেৱক, শিক্ষা সংগঠক আৰু গান্ধীবাদী কৰ্মী।
  • ১৯৯৮ - ৰিচাৰ্ড মেক ড'নাল্ড, মেক ড'নাল্ড ৰেষ্টুৰেণ্টৰ প্ৰতিষ্ঠাতা, প্ৰখ্যাত ব্যৱসায়ী।
  • ২০০২ - নৱকান্ত বৰুৱা, প্ৰসিদ্ধ অসমীয়া সাহিত্যক।
  • ২০১৪ - মীনা আগৰৱালা, এগৰাকী অসমীয়া সমাজকৰ্মী আৰু নাৰী সবলীকৰণ আন্দোলনৰ উল্লেখযোগ্য মুখপাত্ৰ আছিল।
  • ২০১৭ - মাৰিয়াম মিৰ্জাখানী, ইৰাণী গণিতজ্ঞ আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Chandrayaan 3 Launch LIVE Updates: Moon landing expected on August 23rd at around 5.47pm, says ISRO chief S Somanath" (ইংৰাজী ভাষাত). দি ইক'ন'মিক টাইম. ১৪ জুলাই ২০২৩. https://economictimes.indiatimes.com/news/newsblogs/chandrayaan-3-launch-live-updates-isro-moon-mission-launch-time-sriharikota-news-how-to-watch-india-moon-mission/liveblog/101745144.cms। আহৰণ কৰা হৈছে: ১৪ জুলাই ২০২৩. 
  2. "Chandrayaan-3, Isro's third lunar mission, successfully launched into orbit" (ইংৰাজী ভাষাত). দি টাইমছ্ অৱ ইণ্ডিয়া. ১৪ জুলাই ২০২৩. https://timesofindia.indiatimes.com/india/chandrayaan-3-isros-third-lunar-mission-successfully-launched-into-orbit/articleshow/101754594.cms। আহৰণ কৰা হৈছে: ১৪ জুলাই ২০২৩.