জৈৱ ৰসায়ন

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
Organic chemistry.jpg

ৰসায়ন বিজ্ঞানৰ এই শাখাত জৈৱ যৌগ সমূহ অধ্যয়ন কৰা হয় । জৈৱ যৌগ সমূহ ঘাইকৈ কাৰ্বন আৰু হাইড্ৰ’জেন যৌগ, অৱশ্যে অক্সিজেন,নাইট্ৰ’জেন আৰু অন্যান্য মৌলও যোজিত হৈ থাকিব পাৰে । এই যৌগবোৰ প্ৰাণী বা উদ্ভিদৰপৰা পোৱা যায়। যোগবোৰ সাধাৰণতে দ্ৰৱণত আয়নিত নহয় ।


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত