জ্যা
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
জ্যা হৈছে কোনো বক্ৰ ৰেখাৰ জ্যামিতিক ৰেখাৰ অংশ যাৰ প্ৰান্তবিন্দু দুটা বক্ৰৰেখাৰ ওপৰত অৱস্থিত।
[সম্পাদনা কৰক] বৃত্তৰ জ্যা
বৃত্তৰ জ্যাৰ নিন্মোক্ত বৈশিষ্ট্যবোৰ আছে:-
- সমান সমান জ্যা কেন্দ্ৰৰ পৰা সমান দূৰত অৱস্থান কৰে।
- বৃত্তত সকলোতকৈ দীৰ্ঘতম জ্যাদাল কেন্দ্ৰগামী হয়।