জ্যাক কেৰুয়াক

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


জ্যাক কেৰুয়াক

জ্যাক কেৰুয়াক (টম পালুম্বই তোলা ছবি, ১৯৫৬)
জন্ম জিন লুইছ কেৰুয়াক[1]
মাৰ্চ ১২, ১৯২২
ল'ৱেল, মাচাচুচেট্‌ছ্, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু অক্টোবৰ ২১, ১৯৬৯ (৪৭ বছৰ)
ছেইণ্ট পিটাৰ্ছবাৰ্গ, ফ্ল'ৰিডা, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা ঔপন্যাসিক, কবি, চিত্ৰশিল্পী
ৰাষ্ট্ৰীয়তা আমেৰিকান
ধৰণ বিট কবিসকল
সাহিত্যিক বিপ্লৱ বিট
উল্লেখনীয় কৰ্মৰাজী On the Road
The Dharma Bums
Big Sur



স্বাক্ষৰ

জ্যাক কেৰুয়াক আমেৰিকাত বিট আন্দোলনৰ কবি আৰু উপন্যাসিক। তেওঁৰ জন্ম ১৯২২ চনৰ ১২ মাৰ্চ। মৃত্যু ১৯৬৯ চনৰ ২১ অক্টোবৰ।

সূচী

[সম্পাদনা কৰক] সাহিত্যকৃতি

  • অন দি ৰ'ড
  • ডক্টৰ চাক্স
  • দি ধৰ্মা বাম্‌ছ
  • মেসিকো চিটি ব্লুজ
  • দি চাবটেৰানিয়ান্স
  • ডেজোলেচন এঞ্জেল্‌ছ
  • ভিজন্‌ছ অফ ক'ডি
  • বিগ সুৰ

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. McGrath, Charles. "Another Side of Kerouac: The Dharma Bum as Sports Nut," The New York Times (May 15, 2009). Accessed May 16, 2009.

[সম্পাদনা কৰক] প্ৰসংগ পুথি

  • চাৰ্লস মেকগ্ৰাথ: এনাদাৰ চাইড অফ কেৰুয়াক ( ২০০৯ )
  • জেৰল্ড নিকোচিয়া: এ ক্ৰিটিকাল বায়োগ্ৰাফি অফ জ্যাক কেৰুয়াক ( ১৯৮৩ )

[সম্পাদনা কৰক] লগতে চাওঁক

[সম্পাদনা কৰক] বহিঃসংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত