টমাছ ট্ৰান্সট্ৰ'মাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


টমাছ ট্ৰান্সট্ৰ'মাৰ
জন্ম ১৯৩১ চন
ষ্টকহম, ছুইডেন
পেচা সহিত্যিক
ভাষা ছুইডিশ্ব
ৰাষ্ট্ৰীয়তা ছুইডিশ্ব
নাগৰিকত্ব ছুইডিশ্ব
উল্লেখযোগ্য বঁটা Nobel prize winner.svg ন’বেল বঁটা (২০১১)

টমাছ ট্ৰান্সট্ৰ'মাৰ (ইংৰাজী: Tomas Tranströmer)২০১১ চনৰ সাহিত্যন’বেল বঁটা বিজয়ী ছুইডেনৰ কবি৷ তেওঁৰ কবিতা বিশ্বৰ ৬০টা ভাষাতকৈও অধিক ভাষালৈ অনূদিত হৈছে৷

জন্ম[সম্পাদনা কৰক]

১৯৩১ চনৰ ১৫ এপ্ৰিলত ছুইডেনষ্টকহম চহৰত ট্ৰানছষ্ট্ৰমাৰৰ জন্ম হয়৷

শিক্ষাজীৱন[সম্পাদনা কৰক]

স্কুলীয়া শিক্ষা ষ্টকহমছ’দ্ৰা লেটিন স্কুলত৷ ১৯৫৬ চনত ষ্টকহম বিশ্ববিদ্যালয়ৰৰ পৰা মনস্তত্বত স্নাতক ডিগ্ৰী লাভ কৰে৷

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৬০-৬৬ চনলৈ ৰকষ্টনা জুভেনাইল কেন্দ্ৰত মনস্তাত্বিক হিচাপে সেৱা প্ৰদান৷ ষ্টকহমৰ কাৰাগাৰত মনোবিজ্ঞান বিভাগত চাকৰিৰ কালছোৱাত কিশোৰ আৰু কমবয়সীয়া অপৰাধীৰ পুনৰ সংস্থাপনত সহায় কৰিছিল৷

স্বীকৃতি[সম্পাদনা কৰক]

  1. ১৯৯৬ত ছুইডেনৰ বেলমাণ্ড প্ৰিছেট বঁটা
  2. ১৯৮১ত পেট্ৰাৰকা প্ৰেইছ বঁটা
  3. ১৯৯০ত নিউষ্টেজ আন্তঃৰাষ্ট্ৰীয় বঁটা সাহিত্যৰ বাবে
  4. ১৯৯১ত ছুইডিশ্ব অকাডেমীৰ নৰ্ডিক বঁটা
  5. ১৯৯২ত কবিতাৰ বাবে হৰ্চ বিয়েনেক বঁটা
  6. ১৯৯৬ত অ’গাষ্টপ্ৰিছেট বঁটা
  7. ২০০৩ত ষ্টুগা পয়েট্ৰী ইভিনিং গ’ল্ডেন ৰেথ বঁটা
  8. ২০০৭ত দ্য গ্ৰিফিন ট্ৰাষ্ট বঁটা- জীৱনজোৰা সাধনাৰ বাবে
  9. ২০১১ত টাইটেল অৱ প্ৰফেছৰ
  10. ২০১১ত ন’বেল বঁটা সাহিত্যৰ বাবে

সাহিত্যকৃতী[সম্পাদনা কৰক]

ছুইডিশ্ব সংস্কৰণ

  • 17 dikter (17 Poems) 1954; Bonniers, 1965
  • Hemligheter på vägen (Secrets on the Way), Bonnier, 1958
  • Den halvfärdiga himlen (The Half-Finished Heaven), Bonnier, 1962
  • Klanger och spår (Windows and Stones), Bonnier, 1966
  • Mörkerseende (Night Vision), Författarförlaget, 1970
  • Stigar (Paths), Författarförlaget, 1973, ISBN 9789170541100
  • Östersjöar (Baltics), Bonnier, 1974
  • Sanningsbarriären (The Truth Barrier), Bonnier, 1978, ISBN 9789100436841
  • Det vilda torget (The Wild Square) Bonnier, 1983, ISBN 9789100460488
  • För levande och döda (For the Living and the Dead), Bonnier, 1989
  • Sorgegondolen (The Sorrow Gondola), Bonnier, 1996, ISBN 9789100562328
  • Den stora gåtan (The Big Riddle), Bonnier, 2004, ISBN 9789100103101
  • Galleriet: Reflected in Vecka nr.II (2007) – an artist book by Modhir Ahmed

ইংৰাজী সংস্কৰণ

  • Twenty Poems tr. Robert Bly (Seventies Press, 1970)
  • Windows and Stones tr. May Swenson & Leif Sjoberg, University of Pittsburgh Press, 1972, ISBN 9780822932413
  • Baltics tr. Samuel Charters, Oyez, Berkeley, 1975; Oasis Books, 1980, ISBN 9780903375511*Selected Poems, translator Robin Fulton, Ardis Publishers, 1981, ISBN 9780882334622
  • Collected Poems, Translator Robin Fulton, Bloodaxe Books, 1987, ISBN 9781852240233
  • Tomas Tranströmer: Selected Poems, 1954–1986, Editor Robert Hass, Publisher Ecco Press, 1987 ISBN 9780880011136
  • Sorrow Gondola: Sorgegondolen tr. Robin Fulton, Dufour Editions, 1994, ISBN 9781873790489; Dufour Editions, Incorporated, 1997, ISBN 9780802390707
  • New Collected Poems tr. Robin Fulton, Bloodaxe Books, 1997, ISBN 9781852244132
  • Selected Poems Transtromer, Translator May Swenson, Eric Sellin, HarperCollins, 1999, ISBN 9780880014038
  • The Half-Finished Heaven tr. Robert Bly, Graywolf Press, 2001, ISBN 9781555973513

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  • সাতসৰী, সপ্তম বছৰ চতুৰ্থ সংখ্য, নৱেম্বৰ ২০১১ পৃষ্ঠা নং ৩১, হেমচন্দ্ৰ দত্ত
  • প্ৰান্তিক, ত্ৰিশ বছৰ, ২৪ সংখ্যা, ১৬-৩০ নৱেম্বৰ ২০১১ পৃষ্ঠা নং ৩৫, ড০ নয়নানন্দ বৰঠাকুৰ