ডাঙৰ দলনি বেং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডাঙৰ দলনি বেং (Humerana humeralis)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Amphibia
বৰ্গ: Anura
পৰিয়াল: Ranidae
গণ: Humerana
প্ৰজাতি: H. humeralis
বৈজ্ঞানিক নাম
Humerana humeralis
(Boulenger, 1887)[2]
সমাৰ্থক

Rana humeralis Boulenger, 1887

ডাঙৰ দলনি বেং (ইংৰাজী: Bhamo Frog বৈজ্ঞানিক নাম-Humerana humeralis) 'Ranidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ভেকুলীৰ প্ৰজাতি।

বিৱৰণ[সম্পাদনা কৰক]

বিতৰণ[সম্পাদনা কৰক]

এই ভেকুলীবিধ ঘাইকৈ বাংলাদেশ, ভাৰত, ম্যানমাৰ, নেপাল আৰু ভূটান আদি দেশত দেখা পোৱা যায়। [2]

বাসস্থান[সম্পাদনা কৰক]

ডাঙৰ দলনি বেঙৰ প্ৰধান বাসস্থান হৈছে ক্ৰান্তীয় আৰু অৰ্ধক্ৰান্তীয় সেমেকা বনাঞ্চলসমূহ[1]

আচৰণ[সম্পাদনা কৰক]

খাদ্য[সম্পাদনা কৰক]

আচৰণ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 সাঁচ:IUCN2012.2
  2. 2.0 2.1 Frost, Darrel R. (2013). "Humerana humeralis (Boulenger, 1887)". Amphibian Species of the World 5.6, an Online Reference. American Museum of Natural History. http://research.amnh.org/vz/herpetology/amphibia/?action=names&taxon=Humerana+humeralis। আহৰণ কৰা হৈছে: 22 June 2013.